ETV Bharat / sports

2019 বিশ্বকাপঃ ভাৰতৰ প্ৰথমটো উইকেটৰ পতন - rohit

8 ৰান কৰি পেভিলিয়নলৈ উভতিল শিখৰ ধাৱন

2019 বিশ্বকাপঃ ভাৰতৰ পতন প্ৰথমটো উইকেটৰ
author img

By

Published : Jun 5, 2019, 7:53 PM IST

Updated : Jun 5, 2019, 8:00 PM IST

স্পৰ্টছ ডেস্ক, 5 জুনঃ ইংলেণ্ডৰ চাউথাম্পটনত চলি আছে বিশ্বকাপৰ এক অন্যতম হাই ভল্টেজ মেচ, ভাৰত বনাম দক্ষিণ আফ্ৰিকা ৷ দক্ষিণ আফ্ৰিকাৰ 228ৰ প্ৰত্যুত্তৰত ভাৰতে হেৰুৱালে নিজৰ প্ৰথমটো উইকেট ৷ 13 ৰানৰ দলীয় স্কৰত ৰাবাডাৰ হাতত উইকেটৰ পিচত কে্টছ আউট হয় শিখৰ ধাৱন ৷ 8 ৰান কৰি আউট হয় ধাৱন ৷ বৰ্তমান ক্ৰীজত বৰ্তি আছে ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলি ৷

2019 বিশ্বকাপত এইখন হৈছে ভাৰতৰ অভিষেক মেচ আৰু দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন ৷ ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল দক্ষিণ আফ্ৰিকা ৷

Intro:Body:

wicket 

Conclusion:
Last Updated : Jun 5, 2019, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.