নিউজ ডেস্ক 23 জুনঃ বিশ্বকাপ ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত নিউজিলেণ্ডে বেষ্ট ইণ্ডিজক 5 ৰাণত পৰাস্ত কৰে৷
কেন উইলিয়ামছনৰ শতকেৰে বিশ্বকাপ ক্ৰিকেটত কিৱিৰ জয় - lost
বিশ্বকাপ ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত নিউজিলেণ্ডে বেষ্ট ইণ্ডিজক 5 ৰাণত পৰাস্ত কৰে ৷
কেন উইলিয়ামছনৰ শতকেৰে বিশ্বকাপ ক্ৰিকেটত কিৱিৰ জয়
নিউজ ডেস্ক 23 জুনঃ বিশ্বকাপ ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত নিউজিলেণ্ডে বেষ্ট ইণ্ডিজক 5 ৰাণত পৰাস্ত কৰে৷
কেন উইলিয়ামছনৰ শতকেৰে বিশ্বকাপ ক্ৰিকেটত কিৱিৰ জয়
নিউজ ডেস্ক 23 জুনঃ বিশ্বকাপ ক্ৰিকেটত শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত নিউজিলেণ্ডে বেষ্ট ইণ্ডিজক 5 ৰাণত পৰাস্ত কৰে৷
নিউজিলেণ্ডৰ জয়ৰ বাবে ৱেষ্ট ইণ্ডিজক 292 ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ কিন্তু ৱেষ্ট ইণ্ডিজে আটাইকেটা উইকেট হেৰুৱাই 286 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷
নিউজিলেণ্ডৰ হৈ কেন উইলিয়ামছনে 148 ৰাণ সংগ্ৰহ কৰে৷ ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰিছ গেইলে 87 ৰাণ সংগ্ৰহ কৰাৰ উপৰিও কাৰ্লছ বাৰ্থৱাটে 101 ৰাণ সংগ্ৰহ কৰে৷