নিউজ ডেস্ক, 30 জুন : বিশ্বকাপ ক্ৰিকেট, 2019 ত দেওবাৰে বিশ্ব ৰেংকিঙৰ দুটা শীৰ্ষ স্থানৰ দল ভাৰত আৰু ইংলেণ্ডে সমুখ সমৰত নামিব ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজক ইংলেণ্ড দলে ৷
ইয়াৰোপৰি, বিশ্বকাপত অভিষেক ঘটাব বেটছমেন ঋষভ পন্তে ৷ বিজয় শংকৰৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ মেচত স্থান লাভ কৰিছে খেলুৱৈ গৰাকীয়ে ৷