ETV Bharat / sports

ৰিংকু সিঙলৈ ৩ মাহৰ নিষেধাজ্ঞা - ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড

এইবাৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ বেটছমেন ৰিংকু সিং । বিচিচিআইৰ বিনা অনুমতিত বিদেশৰ এক টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ বাবে এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে খেলুৱৈ গৰাকী ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
author img

By

Published : May 31, 2019, 10:22 AM IST

নিউজ ডেস্ক, ৩১ মে': আবু ধাবিত অনুষ্ঠিত এক টি - ২০ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰি বিপদত পৰিছে উত্তৰ প্ৰদেশৰ বেটছমেন ৰিংকু সিং । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিনা অনুমতিত এই টুৰ্ণামেন্টত খেলাৰ বাবে ৩ মাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে খেলুৱৈ গৰাকীক ।

উল্লেখ্য যে, ক্ৰিকেট ব'ৰ্ডৰ নিয়ম অনুসৰি ভাৰতীয় খেলুৱৈয়ে বিদেশত অনুষ্ঠিত কোনো টুৰ্ণামেন্টত অংশগ্ৰহণৰ পূৰ্বে ব'ৰ্ডৰ অনুমতি ল'ব লাগে । ৰিংকুয়ে এই নিয়ম উলংঘা কৰাৰ বাবে জুনৰ ১ তাৰিখৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ'ব ।

আৰু পঢ়ক : ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী

BCCI SUSPENDS RINKU SINGH FOR THREE MONTHS

ৰিংকু সিঙলৈ ৩ মাহৰ নিষেধাজ্ঞা

নিউজ ডেস্ক, ৩১ মে': আবু ধাবিত অনুষ্ঠিত এক  টি - ২০ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰি বিপদত পৰিছে উত্তৰ প্ৰদেশৰ বেটছমেন ৰিংকু সিং । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিনা অনুমতিত এই টুৰ্ণামেন্টত খেলাৰ বাবে ৩ মাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে খেলুৱৈ গৰাকীক ।

উল্লেখ্য যে, ক্ৰিকেট ব'ৰ্ডৰ নিয়ম অনুসৰি ভাৰতীয় খেলুৱৈয়ে বিদেশত অনুষ্ঠিত কোনো টুৰ্ণামেন্টত  অংশগ্ৰহণৰ পূৰ্বে ব'ৰ্ডৰ অনুমতি ল'ব লাগে । ৰিংকুয়ে এই নিয়ম উলংঘা কৰাৰ বাবে জুনৰ ১ তাৰিখৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ'ব । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.