ETV Bharat / sports

প্ৰথম বিশ্বকাপ খিতাপ : 36 টা বছৰ গৰকিলে টীম ইণ্ডিয়াই - কপিল দেৱ

1983 চনত দখল কৰা প্ৰথম বিশ্বকাপৰ 36 টা বছৰ গৰকিলে টীম ইণ্ডিয়াই ৷ কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক 43 ৰাণত পৰাস্ত কৰি বিশ্বকাপ খিতাপ হাতত তুলি লৈছিল ৷

বিশ্বকাপ দখলৰ 36 টা বছৰ গৰকিলে টীম ইণ্ডিয়াই
author img

By

Published : Jun 25, 2019, 2:06 PM IST

স্পৰ্টছ ডেস্ক, 25 জুন : 1983 চনৰ 25 জুনৰ দিনটোতে টীম ইণ্ডিয়াই বিশ্বকাপ খিতাপ দখল কৰি ক্ৰিকেট ইতিহাসত বিশ্বকাপ দখলকাৰীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিছিল ৷ কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক 43 ৰাণত পৰাস্ত কৰি বিশ্বকাপ খিতাপ হাতত তুলি লোৱা 36 টাকৈ বছৰ সম্পূৰ্ণ হ'ল ৷

36 বছৰ সম্পূৰ্ণ হোৱা বাবে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে দলটোৰ বিশ্বকাপজয়ী অধিনায়ক কপিল দেৱে বিশ্বকাপ তুলি লোৱা এখন ফ'টো টুইটাৰত শ্বেয়াৰ কৰে ৷

ETV BHARAT ASSAM
বিশ্বকাপ দখলৰ 36 টা বছৰ গৰকিলে টীম ইণ্ডিয়াই

বিশ্বকাপজয়ী ভাৰতৰ 11 জনীয়া দলটোত আছিল কপিল দেৱ, সুনীল গাভাস্কাৰ, কে. শ্ৰীকান্ঠ, মহিন্দৰ অমৰনাথ, য়শপাল শৰ্মা, এছ. এম. পাটিল, কীৰ্তি আজাদ, ৰ'জাৰ বিন্নী, মদন লাল, ছৈয়দ কিৰমানি, আৰু বলবিন্দৰ সন্ধু ৷

বিশ্বকাপ ইতিহাসৰ প্ৰথম দুটা খিতাপ 1975 আৰু 1979 চনত ৱেষ্টইণ্ডিজে দখল কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় দলে 1983 চনৰ উপৰি 28 বছৰৰ অন্তত 2011 চনত বিশ্বকাপ খিতাপ পুনৰ তুলি লৈছিল ৷

উল্লেখ্য যে, বিশ্বকাপ ক্ৰিকেট, 2019 ত ভাৰতে এখনো মেচত পৰাস্ত নোহোৱাকৈ 9 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত আছে ৷ জুনৰ 27 তাৰিখে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যুঁজত নামিব ৷

36 YEARS OF INDIA'S MAIDEN WORLD CUP TITLE

বিশ্বকাপ দখলৰ 36 বছৰ সম্পূৰ্ণ :

স্পৰ্টছ ডেস্ক, 25 জুন : 1983 চনৰ 25 জুনৰ দিনটোতে টীম ইণ্ডিয়াই বিশ্বকাপ খিতাপ দখল কৰি বিশ্বকাপ ক্ৰিকেট ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিছিল ৷ এই দিনটোতে ভাৰতে ল'ৰ্ডছত ৱেষ্ট ইণ্ডিজক 43 ৰাণত পৰাস্ত কৰি বিশ্বকাৰ খিতাপ হাতত তুলি লৈছিল ৷ বিশ্বকাপৰ এই বিজয়ৰ সম্পূৰ্ণ হ'ল 36 টাকৈ বছৰ ৷

ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে সেই দলটোৰ অধিনায়ক কপিল দেৱৰ হাতত বিশ্বকাপ তুলি লোৱা এখন ফ'টো টুইটাৰত শ্বেয়াৰ কৰে ৷

এই দলটোত আছিল কপিল দেৱৰ উপৰি সুনীল গাভাস্কাৰ, কে. শ্ৰীকান্ঠ, মহিন্দৰ অমৰনাথ, য়শপাল শৰ্মা, এছ. এম. পাটিল, কীৰ্তি আজাদ, ৰ'জাৰ বিন্নী, মদন লাল, ছৈয়দ কিৰমানি, বলবিন্দৰ সন্ধু ৷

ৱেষ্টইণ্ডিজে প্ৰথম দুটা বিশ্বকাপ খিতাপ অৰ্থাৎ 1975 আৰু 1979 দখল কৰিছিল ৷ ভাৰতীয় দলে 1983 চনৰ লগতে 2011 চনত 28 বছৰৰ অন্তত বিশ্বকাৰ খিতাপ তুলি লৈছিল ৷

বৰ্তমানৰ বিশ্বকাপৰ ভাৰতে এখনো মেচত পৰাস্ত নোহোৱাকৈ 9 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থান দখল কৰিছে ৷ জুনৰ 27 তাৰিখে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যুঁজত নামিব ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.