ETV Bharat / sports

কমনৱেলথ গেমছ, 2022ত অন্তৰ্ভূক্ত মহিলা টি-20 - 2022 COMMONWEALTH GAMES

বাৰ্মিংহাম কমনৱেলথ গেমছ, 2022ত অন্তৰ্ভূক্ত হ'ল মহিলা টি-20 ৷ এই কথা ঘোষণা কৰিলে কমনৱেলথ গেমছ ফেডাৰেছনে ৷

কমনৱেলথ গেমছ, 2022 ত অন্তৰ্ভূক্ত মহিলা টি - 20
author img

By

Published : Aug 13, 2019, 6:41 PM IST

স্পৰ্টছ ডেস্ক,13 আগষ্ট : কমনৱেলথ গেমছ ফেডাৰেছনে মঙলবাৰে ঘোষণা কৰে বাৰ্মিংহাম কমনৱেলথ গেমছ, 2022ত মহিলা টি-20 অন্তৰ্ভুক্তিৰ কথা ৷ আইচিচিৰ মুখ্য কাৰ্যবাহী মনু চৌহনেই এই সম্পৰ্কত মন্তব্য কৰে যে, কমনৱেলথত মহিলা ক্ৰিকেটৰ অন্তৰ্ভুক্তি এক ঐতিহাসিক মুহূৰ্ত ৷ ইয়াৰ বাবে তেওঁ আনন্দিত বুলি জানিবলৈ দিয়াৰ লগতে বহুসংখ্যক মহিলাই এতিয়াৰ পৰা ক্ৰিকেট চোৱাৰ লগতে খেলিবলৈও সাজু হ'ব বুলি মন্তব্য কৰে চৌহনেই ৷

উল্লেখ্য যে, 1998 চনৰ পাছত প্ৰথমবাৰৰ বাবে কমনৱেলথত প্ৰৱেশ কৰা ক্ৰিকেটৰ এই প্ৰতিযোগিতাত আঠ দিনত আঠটাকৈ দলে প্ৰতিদ্বন্দিতা কৰিব ৷ 1998 চনত কোৱালা লামপুৰত অনুষ্ঠিত পুৰুষৰ ক্ৰিকেট মেচত 50 অ'ভাৰৰ ফৰমেটত দক্ষিণ আফ্ৰিকাই স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷

বাৰ্মিংহাম কমনৱেলথ গেমছ, 2022 ইংলেণ্ডত 27 জুলাইৰ পৰা 7 আগষ্টলৈ অনুষ্ঠিত হ'ব আৰু 18 টাকৈ বিভিন্ন খেলত প্ৰায় 4,500 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

WOMEN'S T20 CRICKET INCLUDED IN THE 2022 COMMONWEALTH GAMES

কমনৱেলথ গেমছ, 2022 ত অন্তৰ্ভূক্ত মহিলা টি - 20

স্পৰ্টছ ডেস্ক, 13 আগষ্ট : কমনৱেলথ গেমছ ফেডাৰেছনে মঙলবাৰে ঘোষণা কৰে বাৰ্মিংহাম কমনৱেলথ গেমছ, 2022 ত মহিলা টি - 20 অন্তৰ্ভূক্তিৰ কথা ৷ আইচিচিৰ মুখ্য কাৰ্যবাহী মনু চৌনেই এই সম্পৰ্কত মন্তব্য কৰে যে, কমনৱেলথত মহিলা ক্ৰিকেটৰ অন্তৰ্ভূক্তি এক ঐতিহাসিক মুহূৰ্ত ৷ ইয়াৰ বাবে তেওঁ আনন্দিত বুলি জানিবলৈ দিয়াৰ লগতে বহুসংখ্যক মহিলাই এতিয়াৰ পৰা ক্ৰিকেট চোৱাৰ লগতে খেলিবলৈও সাজু হ'ব বুলি মন্তব্য কৰে চৌনেই ৷

উল্লেখ্য যে, 1998 চনৰ পাছত প্ৰথমবাৰৰ বাবে কমনৱেলথত প্ৰৱেশ কৰা ক্ৰিকেটৰ এই প্ৰতিযোগিতাত আঠ দিনত আঠটাকৈ দলে প্ৰতিদ্বন্দিতা কৰিব ৷ 1998 চনত কোৱালা লামপুৰত অনুষ্ঠিত পুৰুষৰ ক্ৰিকেট মেচত 50 অ'ভাৰৰ ফৰমেটত দক্ষিণ আফ্ৰিকাই স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷

বাৰ্মিংহাম কমনৱেলথ গেমছ, 2022 ইংলেণ্ডত 27 জুলাইৰ পৰা 7 আগষ্টলৈ অনুষ্ঠিত হ'ব আৰু 18 টাকৈ বিভিন্ন খেলত প্ৰায় 4,500 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.