ETV Bharat / sports

শতকৰ বাবে নহয়, কিহৰ বাবে দ্ৰাৱিড়ে লাভ কৰিছিল ‘ষ্টেনডিং অৱেছন’

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডেৰ মাজত চলি থকা টেষ্ট মেচৰ এটা ঘটনাই ক্ৰীড়াপ্ৰেমীৰ মনলৈ আনিলে ৰাহুল দ্ৰাৱিড়ৰ কথা ৷ কি হৈছিল মেচখনত আৰু কিয় ক্ৰীড়াপ্ৰেমীয়ে মনত পেলালে দ্ৰাৱিড়ক চাওক...

When Dravid got 'standing ovation' for getting off the mark
When Dravid got 'standing ovation' for getting off the mark
author img

By

Published : Jan 4, 2020, 11:33 AM IST

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তৃতীয়খন টেষ্ট মেচৰ প্ৰথম দিনা সংঘটিত হৈছিল এক আমোদজনক ঘটনা ৷ প্ৰথম দিনা বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান খেলুৱৈ ষ্টিভ স্মিথে বেটৰ সৈতে কৰিব লগা হৈছিল যথেষ্ট সংঘৰ্ষ ৷ স্মিথক নিজৰ ইনিংছৰ প্ৰথমটো ৰান কৰিবলৈ প্ৰয়োজন হৈছিল 39 টা বলৰ ৷ যেতিয়াই এই এক ৰান কৰিবলৈ সক্ষম হৈছিল স্মিথ তেতিয়াই ষ্টেডিয়ামত বহি থকা সকলো দৰ্শকে থিয় হৈ অভিনন্দন জনাইছিল খেলুৱৈগৰাকীক ৷

2008 চনত অষ্ট্ৰেলিয়া বনাম ভাৰত
2008 চনত অষ্ট্ৰেলিয়া বনাম ভাৰত

এই ঘটনাই পুনৰবাৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত হোৱা এক পূৰ্বৰ ইতিহাস ৰোমন্থন কৰালে সকলোকে ৷ দৰাচলতে, এইখন ষ্টেডিয়ামতেই 2008 চনত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত চলি থকা এখন টেষ্ট মেচত 1 ৰান কৰিবলৈ ৰাহুল দ্ৰাৱিড়ে লৈছিল 40 টা বলৰ সহায় ৷ খেলুৱৈগৰাকীয়ে ব্যক্তিগত 18 ৰান কৰি থকা সময়ত এই ঘটনা সংঘটিত হৈছিল ৷

ষ্টিভ স্মিথ
ষ্টিভ স্মিথ

দ্ৰাৱিড়ে যেতিয়া 19 ৰানত উপনীত হৈছিল তেতিয়া ষ্টেডিয়ামৰ সকলোৱে তেওঁক থিয় হয় অভিনন্দন জ্ঞাপন কৰিছিল ৷ যিটোৱে সকলোকে খন্তেক সময়ৰ বাবে মেচখনত আমোদ প্ৰদান কৰিছিল আৰু তেনে এক অনুৰূপ ঘটনাই শুকুৰবাৰে সংঘটিত হৈছিল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তৃতীয়খন টেষ্টত ৷

Intro:Body:

Rahul Dravid,  Steve Smith, SCG, standing ovation

Sydney: Former India cricketer Rahul Dravid commonly known as 'The Wall' is renowned for his gritty knocks on the cricket field, but there was a time when he was given a standing ovation just after scoring a single run.

The incident had happened during a Test match between India and Australia at the Sydney Cricket Ground (SCG) in 2008. The batsman was batting at the score of 18, and it was then that he played consecutive 40 dot balls before his next run.

When the batsman finally managed to get a run to move to the score of 19, the entire crowd at the SCG gave him a standing ovation, and not letting the spectators down, the batsman raised his bat in appreciation.

On Friday, cricket.com.au's official handle posted a throwback video of the incident and captioned the post as--"Steve Smith's run of dot balls made us think of another famous SCG dry spell - this time it was Rahul Dravid's 40 consecutive dots in 2008".

In the ongoing match between Australia and New Zealand, the same thing happened earlier today, as the hosts' Steve Smith had to face 39 balls before opening his account at the crease.

When the batsman finally scored a run, the whole SCG erupted with joy and Smith was also seen having some fun at the crease.

The batter went on to score 63 runs in the first innings and Australia ended day one of the third Test at 283/3 with Marnus Labuschagne and Matthew Wade still at the crease.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.