ETV Bharat / sports

ইংলেণ্ডৰ মহিলা ক্ৰিকেটত বৈচিত্ৰতা নাই : ৰেনফৰ্ড ব্ৰেণ্ট

author img

By

Published : Jun 22, 2020, 5:04 PM IST

ইংলেণ্ড হৈ খেলা চাৰিগৰাকী কৃষ্ণাংগ, এছিয়ান আৰু সংখ্যালঘু জাতীয় মহিলাৰ ভিতৰৰ অন্য়তম হৈছে ৰেনফৰ্ড ব্ৰেণ্ট । চাৰেৰ মহিলা ক্ৰিকেটৰ নিৰ্দেশক ব্ৰেণ্টে সংখ্যালঘু খেলুৱৈৰ অংশীদাৰিত্ব বৃদ্ধিৰ কৰাৰ বাবে আৰম্ভ কৰিছে জলপানী কাৰ্যক্ৰম ।

There's no diversity in women's cricket in England: Rainford-Brent

স্পৰ্টছ ডেস্ক, 22 জুনঃ ইংলেণ্ডৰ প্ৰথম অশ্বেত মহিলা ক্ৰিকেটাৰ এবনী ৰেনফৰ্ড ব্ৰেণ্টে দেওবাৰে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য় । খেলুৱৈগৰাকীয়ে কয়, ফুটবলৰ তুলনাত মহিলা ক্ৰিকেটত বৈচিত্ৰতাৰ অভাৱ দেখা পোৱা যায় ।

ইংলেণ্ড হৈ খেলা চাৰিগৰাকী কৃষ্ণাংগ, এছিয়ান আৰু সংখ্যালঘু জাতীয় মহিলাৰ ভিতৰত অন্য়তম হৈছে ৰেনফৰ্ড ব্ৰেণ্ট । চাৰেৰ মহিলা ক্ৰিকেটৰ নিৰ্দেশক ব্ৰেণ্টে সংখ্যালঘু খেলুৱৈৰ অংশীদাৰিত্ব বৃদ্ধিৰ কৰাৰ বাবে এটা জলপানী কাৰ্যক্ৰমৰো আৰম্ভ কৰিছে । প্ৰথম অৱস্থাত 12 খন জলপানীৰ তৈয়াৰ কৰা হৈছিল যদিও ঋণৰ ৰাশিৰ বাবেই পিচত ইয়াক বৃদ্ধি কৰি দুগুণ কৰা হয় । ইষা গুহা, ছোনীয়া অডেদৰা আৰু ছোফিয়া ডংকলে হৈছে ইংলেণ্ডৰ হৈ খেলা অন্য় BAME মহিলা ।

ইংলেণ্ডৰ মহিলা ক্ৰিকেটত বৈচিত্ৰতা নাই : ৰেনফৰ্ড ব্ৰেণ্ট
ইংলেণ্ডৰ মহিলা ক্ৰিকেটত বৈচিত্ৰতা নাই : ৰেনফৰ্ড ব্ৰেণ্ট

তেওঁ কয়, যেতিয়াই মই ফুটবল আৰু ইয়াৰ সমস্ত সমস্যা সমূহৰ বিষয়ে শুনা পাও তেতিয়াই খেলা-ধোলাৰ প্ৰতি মোৰ ইৰ্ষা জন্মে । ইয়াৰ লগতে মহিলা ক্ৰিকেট বৈচিত্ৰতা নাই বুলিও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকক আমেৰিকাত হত্য়া কৰাৰ পাচতেই ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে পাঁচ বছৰ পৰিকল্পনাৰ অধীনত অন্য ৰঙৰ খেলুৱৈৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে এক ঘোষণা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.