স্পৰ্টছ ডেস্ক, 18 জুলাইঃ ঘোষণা হ’ল অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি 2020 টি-20 বিশ্বকাপৰ কাৰ্যক্ৰমণিকা ৷ প্ৰতিযোগিতাখনত প্ৰত্যক্ষ ভাৱে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তান ৷ আনহাতে প্ৰত্যক্ষ ভাৱে প্ৰৱেশত অসমৰ্থ হৈছে শ্ৰীলংকা আৰু বাংলাদেশ দলটো ৷ 18 অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অষ্ট্ৰেলিয়াৰ মেলৱৰ্ণত অনুষ্ঠিত হ’ব 15 নৱেম্বৰত ৷ আনহাতে 24 অক্টোবৰত দক্ষিণ আফ্ৰিকা বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷
টি-20 বিশ্বকাপৰ সম্পূৰ্ণ কাৰ্যসূচীঃ
18 অক্টোবৰ-
- শ্ৰীলংকা বনাম কোৱালিফায়াৰ A 3
- কোৱালিফায়াৰ A 2 বনাম কোৱালিফায়াৰ A 4
19 অক্টোবৰ-
- বাংলাদেশ বনাম কোৱালিফায়াৰ B 3
- কোৱালিফায়াৰ B 2 বনাম কোৱালিফায়াৰ B 4
20 অক্টোবৰ-
- কোৱালিফায়াৰ A 3 বনাম কোৱালিফায়াৰ A 4
- শ্ৰীলংকা বনাম কোৱালিফায়াৰ A 2
21 অক্টোবৰ-
- কোৱালিফায়াৰ B 3 বনাম কোৱালিফায়াৰ B 4
- বাংলাদেশ বনাম কোৱালিফায়াৰ B 2
22 অক্টোবৰ-
- কোৱালিফায়াৰ A 2 বনাম কোৱালিফায়াৰ A 3
- শ্ৰীলংকা বনাম কোৱালিফায়াৰ A 4
23 অক্টোবৰ-
- কোৱালিফায়াৰ B 2 বনাম কোৱালিফায়াৰ B 3
- বাংলাদেশ বনাম কোৱালিফায়াৰ B 4
ছুপাৰ 12 মেচ সমূহঃ
24 অক্টোবৰ-
- অষ্ট্ৰেলিয়া বনাম পাকিস্তান
- ভাৰত বনাম দক্ষিণ আফ্ৰিকা
25 অক্টোবৰ-
- নিউজিলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ
- কোৱালিফায়াৰ 1 বনাম কোৱালিফায়ৰ 2
26 অক্টোবৰ-
- আফগানিস্তান বনাম কোৱালিফায়াৰ A 2
- ইংলেণ্ড বনাম কোৱালিফায়াৰ B 1
27 অক্টোবৰ-
- নিউজিলেণ্ড বনাম কোৱালিফায়াৰ B 2
28 অক্টোবৰ-
- আফগানিস্তান বনাম কোৱালিফায়াৰ B 1
- অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজ
29 অক্টোবৰ-
- ভাৰত বনাম কোৱালিফায়াৰ A 2
- পাকিস্তান বনাম কোৱালিফায়াৰ A 1
30 অক্টোবৰ-
- ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা
- ৱেষ্ট ইণ্ডিজ বনাম কোৱালিফায়াৰ B 2
31 অক্টোবৰ-
- পাকিস্তান বনাম নিউজিলেণ্ড
- অষ্ট্ৰেলিয়া বনাম কোৱালিফায়াৰ A 1
1 নৱেম্বৰ-
- ভাৰত বনাম ইংলেণ্ড
- দক্ষিণ আফ্ৰিকা বনাম আফগানিস্তান
2 নৱেম্বৰ-
- কোৱালিফায়াৰ A 2 বনাম কোৱালিফায়াৰ B 1
- নিউজিলেণ্ড বনাম কোৱালিফায়াৰ A 1
3 নৱেম্বৰ-
- পাকিস্তান বনাম ৱেষ্ট ইণ্ডিজ
- অষ্ট্ৰেলিয়া বনাম কোৱালিফায়াৰ B 2
4 নৱেম্বৰ-
- ইংলেণ্ড বনাম আফগানিস্তান
5 নৱেম্বৰ-
- দক্ষিণ আফ্ৰিকা বনাম কোৱালিফায়াৰ A 2
- অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড
6 নৱেম্বৰ-
- পাকিস্তান বনাম কোৱালিফায়াৰ B 2
- অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড
7 নম্বেৱৰ-
- ৱেষ্ট ইণ্ডিজ বনাম কোৱালিফায়াৰ A 1
- ইংলেণ্ড বনাম কোৱালিফায়াৰ A 2
8 নৱেম্বৰ-
- দক্ষিণ আফ্ৰিকা বনাম কোৱালিফায়াৰ B 1
- ভাৰত বনাম আফগানিস্তান
ছেমিফাইনেল মেচঃ
11 নৱেম্বৰ- প্ৰথম ছেমিফাইনেল ( ছিণ্ডনী ক্ৰিকেট গ্ৰাউণ্ড )
12 নৱেম্বৰ- দ্বিতীয় ছেমিফাইনেল ( এডিলেট )
15 নৱেম্বৰ- ফাইনেল ( মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড )