ETV Bharat / sports

শচীনক লৈ গাংগুলীৰ নতুন পৰিকল্পনা !

author img

By

Published : Nov 1, 2019, 11:59 PM IST

শচীন তেণ্ডুলকৰাকলৈ সৌৰভ গাংগুলীৰ বৃহৎ সিদ্ধান্ত ৷ শচীন তেণ্ডুলকাৰক লৈ নতুন চিন্তা চলাইছে বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে ৷ কি এই নতুন চিন্তা ৷

শচীনক লৈ গাংগুলীৰ নতুন পৰিকল্পনা !

স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইৰ নৱ নিযুক্ত গাংগুলীৰয়ে শচীনক তেণ্ডুলকাৰক লৈ চলাইছে এক নতুন চিন্তা-চৰ্চা ৷ গাংগুলীৰ ইচ্ছা প্ৰকাশ যুৱ খেলুৱৈৰ সৈতে কাম কৰক ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন তেণ্ডুলকাৰে ৷ শচীনক ভৱিষ্যতৰ বাবে ভাৰতীয় ক্ৰিকেটাৰ তৈয়াৰ কৰাৰ গুৰু দায়িত্ব দিয়াৰ চিন্তা-চৰ্চা চলাইছে গাংগুলীয়ে ৷

ভাৰতৰ যুৱ খেলুৱৈ
ভাৰতৰ যুৱ খেলুৱৈ

এক সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱ খেলুৱৈ সকলক অধিক নিপুণ কৰি তোলাৰ বাবে গাংগুলীয়ে এই ইচ্ছা প্ৰকাশ কৰিছে ৷ যাৰ বাবে এই সন্দৰ্ভত চিন্তা-চৰ্চা চলাইছে বিচিচিআইৰ অধ্যক্ষগৰাকীয়ে ৷ অৱশ্যে এই খবৰকলৈ এতিয়াও কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই দুয়ো খেলুৱৈয়ে ৷ যদিহে এই বাতৰিৰ সত্যতা প্ৰতিপন্ন হয় তেন্তে অতি সোনকালেই শুভমন গিল, ঋষভ পন্ত অথবা পৃথ্বী শ্ব’ৰ দৰে যুৱ খেলুৱৈ সৈতে সময় অতিবাহিত কৰা দেখা পোৱা যাব পাৰে শচীন তেণ্ডুলকাৰক ৷

ভাৰতৰ দুই প্ৰাক্তন খেলুৱৈ সৌৰভ-শচীন
ভাৰতৰ দুই প্ৰাক্তন খেলুৱৈ সৌৰভ-শচীন

উল্লেখ্য যে, বিচিচিআইৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ সময়তে গাংগুলীয়ে উল্লেখ কৰিছিল যে, ভাৰতীয় ক্ৰিকেটক ভৱিষ্যতে আগুৱাই নিবলৈ তেওঁ মহান ক্ৰিকেটাৰ সকলৰ সহায়-সহযোগিতা নিশ্চয় ল’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.