ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে জয় লাভ দক্ষিণ আফ্ৰিকাৰ - দক্ষিণ আফ্ৰিকা

চেষ্টাৰ লী ষ্ট্ৰিত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 35 সংখ্যক মেচত জয় লাভ দক্ষিণ আফ্ৰিকাৰ ৷ 9 উইকেটত পৰাস্ত শ্ৰীলংকা ৷

শ্ৰীলংকাৰ বিৰুদ্ধে জয় লাভ দক্ষিণ আফ্ৰিকাৰ
author img

By

Published : Jun 29, 2019, 4:15 AM IST

স্পৰ্টছ ডেস্ক, 28 জুনঃ চেষ্টাৰ লী ষ্ট্ৰিত বিশ্বকাপত দ্বিতীয়টো জয় লাভ দক্ষিণ আফ্ৰিকাৰ ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দক্ষিণ আফ্ৰিকাই ৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাই 49.3 অভাৰত 203 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ শ্ৰীলংকাই নিজৰ প্ৰথমটো উইকেট হেৰুৱায় শূণ্য ৰানত ৷ শ্ৰীলংকাৰ হৈ সৰ্বাধিক কুছাল পেৰেৰাই 30, অভিছিকা ফাৰ্ণাণ্ডোই 30, কুছল মেণ্ডিছে 23, এঞ্জিলো মেথিওছে 11, ধানাঞ্জায়া ডি ছিল্ভাই 24 ৰানৰ বৰঙণি দিয়ে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ক্ৰীছ মৰিছে 3 টা, ডিৱাইন প্ৰিটৰিয়াছে 3 টা, কাগিছ ৰাবাডাই 2 টা উইকেট দখল কৰে ৷

204 ৰানৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 1 উইকেট হেৰুৱায় 37.2 অভাৰত লক্ষ্যত উপনীত হয় ৷ কুইণ্টন ডি ককে 15 ৰান কৰি আউট হয় ৷ হাছিম আমালা অপৰাজিত 80 আৰু ফেফ ডু প্লেছিয়ে অপৰাজিত 96 ৰান কৰিবলৈ সক্ষম হয় ৷

Intro:Body:

SA BEAT SL

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.