ETV Bharat / sports

8 মাহৰ বাবে নিলম্বনৰ সন্মুখীন পৃথ্বী শ্ব' - মুম্বাই ক্ৰিকেট সংস্থা

অষ্ট্ৰেলিয়ান অথবা পাকিস্তানী খেলুৱৈ নহয় এইবাৰ ড'পিং টেষ্টত বিফল ভাৰতীয় উদীয়মান যুৱ ক্ৰিকেটাৰ পৃথ্বী শ্ব' ৷

8 মাহৰৰ বাবে নিলম্বনৰ সন্মুখীন পৃথ্বী শ্ব'
author img

By

Published : Jul 31, 2019, 3:56 AM IST

Updated : Jul 31, 2019, 5:53 AM IST

স্পৰ্টছ ডেস্ক, 31 জুলাইঃ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে দুঃখবৰ ৷ ড'পিং টেষ্টত দোষী সাব্যস্ত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ বুলি গণ্য কৰা প্ৰতিভাৱান যুৱ খেলুৱৈ পৃথ্বী শ্ব' ৷ যাৰ বাবে 8 মাহৰ বাবে নিলম্বিত কৰা হৈছে খেলুৱৈগৰাকীক ৷ শ্ব'য়ে 2019 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ছৈয়দ মুস্তাক আলী ট্ৰফীত নিছা যুক্ত দ্ৰৱ্য সেৱন কৰিছিল ৷ খেলুৱৈগৰাকীৰ প্ৰস্ৰাৱত ধৰা পৰিছে টৰ্বুটেলাইন (terbutaline)ৰ উপস্থিতি ৷ শ্ব'ৰ লগতে অক্ষয় দুলাৰৱাৰ আৰু দিব্য গজৰাজকো এণ্টি ড'পিং টেষ্টৰ নিয়ম উলংঘা কৰাত দোষী সাব্যস্ত কৰে ।

  • Just in: Prithvi Shaw has been suspended until November 15, 2019 for a doping violation. A BCCI release said Shaw had "inadvertently ingested a prohibited substance, which can be commonly found in cough syrups."

    — ESPNcricinfo (@ESPNcricinfo) July 30, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বিচিচিআইয়ে নিজৰ বিবৃতিত উল্লেখ কৰে যে, ড'পিং টেষ্টত বিফল হোৱাৰ ফলত মুম্বাই ক্ৰিকেট সংস্থাৰ লগত জড়িত থকা পৃথ্বী শ্ব'ক নিলম্বন কৰা হৈছে ৷ শ্ব'য়ে নিছা যুক্ত পদাৰ্থ সেৱন কৰিছিল ৷ যিটো পদাৰ্থ প্ৰায়ে কিছু সংখ্যক ক’ফ ছিৰাপত পোৱা যায় ৷ শ্ব'ক বৰ্তমান 8 মাহৰ বাবে নিলম্বন কৰা হৈছে ৷ এই নিলম্বনৰ সময় হৈছে ২০১৯ ৰ ১৬ মাৰ্চৰ পৰা ২০১৯ ৰ ১৫ নৱেম্বৰলৈ

Last Updated : Jul 31, 2019, 5:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.