ETV Bharat / sports

ৰোহিতেৰে সম্পৰ্কত ফাঁট মেলাৰ কথা অস্বীকাৰ কোহলীৰ - DENIES RIFT

ৱেষ্ট ইণ্ডিজলৈ উৰা মৰাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰে বিৰাট কোহলীয়ে ৷ এই সংবাদমেলতে ৰোহিত শৰ্মাৰ সৈতে মতবিৰোধৰ কথা অস্বীকাৰ কৰে তেওঁ ৷

বিৰাট কোহলী
author img

By

Published : Jul 30, 2019, 1:09 PM IST

স্পৰ্টছ ডেস্ক, 30 জুলাই : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে সোমবাৰে সহ - অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বিবাদৰ কথা অস্বীকাৰ কৰিছে ৷ এই সম্পৰ্কত অধিনায়ক গৰাকীয়ে কয় যে, তেওঁ কাৰোবাক অপছন্দ কৰিলে অথবা কোনো ব্যক্তিৰ পৰা নিৰাপত্তাহীনতাত ভূগিলে সেইয়া তেওঁৰ ব্যৱহাৰত প্ৰতিপন্ন হ'ব ৷ লগতে তেওঁ কয় যে, ৰোহিতে প্ৰতিটো সময়তে দললৈ আগবঢ়োৱা অৰিহণাৰ বাবে সদায়ে কোহলীয়ে প্ৰশংসা আগবঢ়াই আহিছে ৷ সেয়েহে তেওঁলোকৰ মাজত একো মতভেদ থাকিবই নোৱাৰে বুলি ৰোহিতে মন্তব্য কৰে ৷ ৱেষ্ট ইণ্ডিজলৈ উৰা মৰাৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত এইদৰে ৰোহিত শৰ্মাৰ সৈতে মতভেদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কোহলীয়ে ৷

  • It is baffling to read (reports of an alleged rift). We are feeding off lies, overlooking facts & turning a blind eye to all the good things that have happened. It is disrespectful: @imVkohli pic.twitter.com/gl9oPm8veE

    — BCCI (@BCCI) July 29, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, এই সংবাদমেলত কোহলীৰ সৈতে উপস্থিত আছিল ভাৰতীয় দলৰ মূখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷ কোহলীৰ সৈতে সহমত পোষণ কৰা শাস্ত্ৰীয়েও কয় যে, সকলোৱে দলৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰা উচিত ৷ ভাৰতীয় দলত কোনো ব্যক্তিকে খেলতকৈ ওপৰত স্থান দিয়া নহয় ৷ দলৰ মাজত এনে কোনো বিবাদৰ সৃষ্টি হোৱা হ'লে দলটোৱে কোনো কাৰণতে ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিব নোৱাৰিলে হয় ৷

উল্লেখ্য যে, ভাৰতে আগষ্টৰ 3 তাৰিখে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টি - 20 ত অংশগ্ৰহণ কৰিব ৷

ETV BHARAT ASSAM
ৱেষ্ট ইণ্ডিজলৈ উৰা মৰাৰ পূৰ্বে ভাৰতীয় দল

NO ISSUES, KOHLI DENIES RIFT WITH ROHIT SHARMA

ৰোহিতেৰে সম্পৰ্কত ফাঁট মেলাৰ কথা অস্বীকাৰ কোহলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.