ETV Bharat / sports

টি-20ত এহেজাৰ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক কোহলী

author img

By

Published : Jan 8, 2020, 7:36 PM IST

টি-20 মেচত এহেজাৰ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক হিচাপে পৰিগণিত হৈছে কোহলী ৷ অধিনায়ক হিচাপে 30 সংখ্যক ইনিংছত এই মাইলষ্টোন সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে ৷

নতুন অভিলেখ স্থাপন
বিৰাট কোহলী

স্পৰ্টছ ডেস্ক, 8 জানুৱাৰী : ইন্দোৰত অনুষ্ঠিত দ্বিতীয় টি-20 ত শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে বছৰটোৰ সফল আৰম্ভণি কৰিছে ৷ দলটোৰ সফলতাৰ উপৰি কোহলীয়ে গঢ়িবলৈ সক্ষম হৈছে অন্য এক অভিলেখ ৷ যাদুকৰী বেটছমেন গৰাকীয়ে টি-20 ক্ৰিকেটত 1,000 ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷ মঙলবাৰে হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত কোহলীয়ে অপৰাজিতভাৱে 30 ৰাণ সংগ্ৰহ কৰাৰ পাচতে এই অভিলেখৰ গৰাকী হয় ৷ উল্লেখ্য যে,প্ৰথমখন টি-20 মেচ বৰষুণৰ বাবে বিঘ্নিত হোৱাৰ পাচত দ্বিতীয় মেচত ভাৰতীয় দলে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰে ৷

নতুন অভিলেখ স্থাপন
বিৰাট কোহলী

কোহলীয়ে 30 সংখ্যক টি-20 আন্তৰাষ্ট্ৰীয় ইনিংছত এই মাইলষ্টোন সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ এই মাইলষ্টোন সংগ্ৰহ কৰা তেওঁ দ্বিতীয় ভাৰতীয় আৰু মহেন্দ্ৰ সিং ধোনীৰ পাচত ষষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে, 62 খন টি-20 ত অধিনায়ক হিচাপে ধোনীয়ে 1,112 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰ পূৰ্বে অধিনায়ক হিচাপে ফাফ ডু প্লেছি (40 খন মেচত 1,273 ৰাণ), কেন উইলিয়ামছন (39 খন মেচত 1,083 ৰাণ), ইয়ন মৰ্গান (43 খন মেচত 1,013 ৰাণ) আৰু আয়াৰলেণ্ডৰ উইলিয়াম পৰ্টাৰফিল্ডে (56 খন মেচত 1,002 ৰাণ) সংগ্ৰহ কৰিছে ৷

ভাৰত বনাম শ্ৰীলংকা
বিৰাট কোহলী আৰু লাচিথ মালিংগা

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় মেচতে ভাৰতীয় অধিনায়ক গৰাকীয়ে দলৰ সতীৰ্থ ৰোহিত শৰ্মাকো অতিক্ৰম কৰিবলৈ সক্ষম হয়৷ বৰ্তমানলৈকে টি-20 মেচত বেটছমেন কোহলীয়ে 71 টা ইনিংছত 2,663 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ 2019 চনত দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰে টি-20 মেচত 2,633 ৰাণ সংগ্ৰহেৰে যুটীয়াভাৱে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে বছৰটোৰ সামৰণি মাৰে ৷ উল্লেখ্য যে,শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-20 শৃংখলাত ভাৰতে 1-0ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ তৃতীয় তথা অন্তিম টি-20 মেচত শুকুৰবাৰে দুয়ো দলে পুনেত মুখামুখি হ'ব ৷

আৰু পঢ়ক : মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ছাইনা,সিন্ধু

Intro:Body:

Virat Kohli,  captain, Indore, 1,000 runs, T20I

Indore: It was a pleasing start of the year for India skipper Virat Kohli as India defeated Sri Lanka by seven wickets in the second T20I of the series. Apart from the team's success, it was a good bat with the bat for Kohli as well. The talismanic batsman became the fastest player to score 1,000 runs in T20I cricket as a captain.

Kohli played an unbeaten knock of 30 during India's seven-wicket win over Sri Lanka in the second T20I of the ongoing three-match series on Tuesday evening.

Kohli achieved the milestone of scoring 1,000 runs as captain in his 30th T20I inning. He is the second Indian and sixth overall after MS Dhoni to have achieved the feat. Dhoni had scored 1112 runs in 62 T20I games as captain.

Faf du Plessis (1273 runs from 40 games), Kane Williamson (1083 runs in 39 games), Eoin Morgan (1013 runs in 43 games) and Ireland's William Porterfield (1002 runs in 56 games) are other captains on the list.

During India's emphatic victory at the Holkar Stadium, Kohli also surpassed team-mate Rohit Sharma, who has been rested for the series, as the top run-getter in the T20Is. Kohli now has 2663 runs from 71 innings.

Both had finished 2019 as joint top-scorers in T20Is, with 2633 runs each.

India, already with an unassailable lead of 1-0 in the series, will now face Sri Lanka in the final T20I on Friday in Pune. The first match between the two teams was called off without a ball being bowled due to wet patches on the pitch in Guwahati last Sunday.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.