ETV Bharat / sports

জ ৰুটৰ দ্বি-শতক,অগ্ৰগতি ইংলেণ্ডৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্টত দ্বি-শতক অৰ্জন ইংলেণ্ডৰ অধিনায়ক জ ৰুটৰ ৷

author img

By

Published : Dec 2, 2019, 8:14 AM IST

Updated : Dec 2, 2019, 10:32 AM IST

জ ৰুটৰ দ্বি-শতক
জ ৰুটৰ দ্বি-শতক

স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ: ছেড্ডন পাৰ্ক হেমিল্টনত অনুষ্ঠিত হৈছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ৷ মেচখনত ইংলেণ্ডৰ অধিনায়ক জ ৰুটে দ্বি শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ টেষ্ট কেৰিয়াৰত ৰুটৰ এইটো আছিল তৃতীয়টো দ্বি-শতক ৷

দ্বি-শতক অৰ্জন ইংলেণ্ডৰ অধিনায়ক জ ৰুটৰ
দ্বি-শতক অৰ্জন ইংলেণ্ডৰ অধিনায়ক জ ৰুটৰ

226 ৰান কৰি মিটচেল চেন্টনাৰৰ বলত পেভিলিয়নমুখী হয় ৰুট ৷ ৰুটৰ দ্বি-শতকৰ ফলতেই প্ৰথম ইনিংছত ইংলেণ্ডে অগ্ৰগতি লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত 375 ৰান কৰি কৰিবলৈ সক্ষম হৈছিল ৷

Last Updated : Dec 2, 2019, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.