ETV Bharat / sports

IPL 2021: বিচিচিআই সভাপতিক ধন্যবাদ জনালে মহন্তেশ জিকেই

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ সচিব জয় শ্বাহে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ উদ্বোধনী খেলৰ অংশ হ'বলৈ ভাৰতীয় বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদ (ডিচিচিআই)ৰ কাৰ্যবাহী সকলক আমন্ত্ৰণ জনাইছে ৷ ডিচিচিআইৰ সভাপতি মহন্তেশ জিকেই উক্ত উদ্বোধনী মেচত আমন্ত্ৰণ জনোৱাৰ বাবে জয় শ্বাহক ধন্যবাদ জনায় ।

author img

By

Published : Apr 8, 2021, 9:45 PM IST

IPL 2021: BCCI Secretary invites Differently-Abled Cricket Council of India members for opener
IPL 2021: বিচিচিআই সভাপতিক ধন্যবাদ জনালে মহন্তেশ জিকেই, কিন্তু কিয় ?

নিউজ ডেস্ক, 8 এপ্ৰিল : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ সচিব জয় শ্বাহে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ উদ্বোধনী খেলৰ অংশ হ'বলৈ ভাৰতীয় বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদ (ডিচিচিআই)ৰ কাৰ্যবাহী সকলক আমন্ত্ৰণ জনাইছে ৷ ডিচিচিআইৰ সভাপতি মহন্তেশ জিকেই উক্ত উদ্বোধনী মেচত আমন্ত্ৰণ জনোৱাৰ বাবে জয় শ্বাহক ধন্যবাদ জনায় ।

"বিশ্বৰ আটাইতকৈ ডাঙৰ টি-২০ টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আমি জয় শ্বাহৰ ওচৰত কৃতজ্ঞ । আৰম্ভণিৰ পৰাই তেওঁ যথেষ্ট উৎসাহজনক হৈ আহিছে আৰু দেশত বিভিন্ন ধৰণৰ ক্ৰিকেটৰ প্ৰচাৰ কৰি আহিছে," তেওঁ কয় ।

লগতে পঢ়ক: ৰহাৰ মণিপুৰ টুপত ভয়ানক অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.