ETV Bharat / sports

আইপিএল আৰু টি-20 বিশ্বকাপলৈ লৈ মন্তব্য ইনজামাম উল হকৰ

author img

By

Published : Jul 6, 2020, 4:26 PM IST

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে কয় যে, ভাৰতীয় ক্ৰিকেট ব'ৰ্ড অধিক শক্তাশালী আৰু আইচিচিতো তেওঁলোকৰ নিয়ন্ত্ৰণ আছে । যদি অষ্ট্ৰেলিয়াই কয় যে, COVID-১৯ ৰ ফলত বিশ্বকাপ আয়োজন কৰিব নোৱাৰো তেন্তে তেওঁলোকৰ আচৰণক সহজ ভাৱে স্বীকাৰ কৰিব পৰা যাব । কিন্তু সেই সময়তে অন্য় প্ৰতিযোগিতা আয়োজন হয় তেন্তে তাকলৈ প্ৰশ্ন উত্থাপিত হ'ব ।

আইপিএল আৰু টি-20 বিশ্বকাপলৈ লৈ মন্তব্য ইনজামাম উল হকৰ
আইপিএল আৰু টি-20 বিশ্বকাপলৈ লৈ মন্তব্য ইনজামাম উল হকৰআইপিএল আৰু টি-20 বিশ্বকাপলৈ লৈ মন্তব্য ইনজামাম উল হকৰ

স্পৰ্টছ ডেস্ক, 6 জুলাই : আইচিচি টি-20 বিশ্বকাপ বাতিলৰ ফলত যদি আইপিএলৰ আয়োজন কৰা হয় তেন্তে প্ৰশ্নৰ অৱতাৰণা হ'ব বুলি কয় পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে । কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপ স্থগিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । অৱশ্যে আইচিচিয়ে এই সন্দৰ্ভত এতিয়ালৈ আনুষ্ঠানিক মন্তব্য় আগবঢ়োৱা নাই ।

টি-20 বিশ্বকাপলৈ লৈ মন্তব্য ইনজামাম উল হকৰ

ইনজামাম উল হকে দেওবাৰে কয় যে, বিশ্বকাপৰ সময়সূচীত আইপিএলৰ আয়োজনৰ জল্পনা-কল্পনা চলি আছে আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলাৰ মাজত সংঘৰ্ষ হৈছে । যাৰ বাবে টি-20 বিশ্বকাপ আয়োজন নহয় । ভাৰতীয় ক্ৰিকেট ব'ৰ্ড অধিক শক্তিশালী আৰু আইচিচিতো তেওঁলোকৰ নিয়ন্ত্ৰণ আছে । যদি অষ্ট্ৰেলিয়াই কয় যে, COVID-১৯ ৰ ফলত বিশ্বকাপ আয়োজন কৰিব নোৱাৰো তেন্তে তেওঁলোকৰ আচৰণক সহজ ভাৱে স্বীকাৰ কৰিব পৰা যাব । কিন্তু সেই সময়তে অন্য় প্ৰতিযোগিতা অনুষ্ঠিত হয় তেন্তে তাক লৈ প্ৰশ্ন উত্থাপন হ'ব ।

অৱশ্যে টি-20 বিশ্বকাপৰ সময়ত 16 টাকৈ দলক সূচাৰু ৰূপে পৰিচালনা কৰা সহজ নহ'ব বুলি স্বীকাৰ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । কিন্তু আইপিএল অনুষ্ঠিত হ'লে এখন দেশে 12 ৰ পৰা 14 টা দলৰ প্ৰতিযোগিতা আয়োজন কৰিব পাৰে তেন্তে আইচিচিয়ে কিয় দলৰ চোৱা-চিতা কৰিব নোৱাৰিব বুলি কয় । তাতে অষ্ট্ৰেলিয়া এখন আধুনিক ৰাষ্ট্ৰ গতিকে মানুহে তাক লৈ চিন্তা কৰিব বুলি কয় ইনজামাম উল হকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.