ETV Bharat / sports

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ - INdia VS west indies

আৰম্ভ হ'ল টীম ইণ্ডিয়াৰ টেষ্ট চেম্পিয়নশ্বিপ যাত্ৰা

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ
author img

By

Published : Aug 22, 2019, 10:29 PM IST

নিউজ ডেক্স,12 : ভাৰত আৰু ৱেষ্ট ইণ্ডি়জৰ মাজত আজি আৰম্ভ হ'ল দুখন টেষ্ট মেচ শৃংখলাৰ প্ৰথমখন মেছ ৷ টছত জিকি ৱেষ্ট ইণ্ডিজৰ ফিল্ডিঙৰ সিদ্ধান্ত ৷ ইতিমধ্যে ভাৰতে 28 ৰাণত হেৰুৱালে 3 টাকৈ উইকেট ৷ অ'পেনাৰ মইংক আগৰৱাল 5 ৰাণ , চিটেশ্বৰ পূজাৰা 2 ৰাণ আৰু কেপ্তেইন বিৰাট কোহলিয়ে 9 ৰাণ কৰি পেভলিয়নমুখী হয় ৷

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ
আৰম্ভ হ'ল টীম ইণ্ডিয়াৰ টেষ্ট চেম্পিয়নশ্বিপ যাত্ৰা
উল্লেখযোগ্য পুনৰ টেষ্ট দলত স্থান নাপালে ভাৰতৰ এদিনীয়া ক্ৰিকেটাৰ নিয়মীয়া অ'পেনাৰ ৰোহিত শৰ্মাই ৷ ভাৰতৰ ক্ৰিকেট দলৰ কেপ্তেইন বিৰাট কোহলিৰ আক্ৰমণাত্মক নীতিৰ বাবেই স্থান দখল কৰিবলৈ সক্ষম নহ'ল ৰোহিট শৰ্মা ৷ দলটোৰ ছয় নং স্থানত ৰোহিত শৰ্মাৰ সলনি স্থান লাভ কৰে অলৰাউণ্ডাৰ হনুমা বিহাৰীয়ে ৷ দলটোত স্থান প্ৰাপ্ত খেলুৱৈসকল হৈছে কেপ্তেইন বিৰাট কোহলি, লোকেশ ৰাহুল, ময়ংক আগৰৱাল, চিটেশ্বৰ পূজাৰা, অজিংক্যা ৰাহাণে, ঋচভ পণ্ট, হনুমা বিহাৰী, ৰবিন্দ্ৰ জাদেজা, ঈশান শৰ্মা, মহম্মদ ছামি আৰু জছপ্ৰিত বুমৰাহ ৷

আৰম্ভ হ'ল টীম ইণ্ডিয়াৰ টেষ্ট চেম্পিয়নশ্বিপ যাত্ৰা ৷ ভাৰত আৰু ৱেষ্ট ইণ্ডি়জৰ মাজত আজি আৰম্ভ হ'ল দুখন টেষ্ট মেচ শৃংখলাৰ প্ৰথমখন মেছ ৷ টছত জিকি ৱেষ্ট ইণ্ডিজৰ ফিল্ডিঙৰ সিদ্ধান্ত ৷ ইতিমধ্যে ভাৰতে 7 ৰাণত হেৰুৱালে 2 টাকৈ উইকেট ৷ অ'পেনাৰ মইংক আগৰৱাল 5 ৰাণ কৰি আৰু চটেশ্বৰ পূজাৰা 2 ৰাণ কৰি পেভলিয়ন উভতে ৷

উল্লেখযোগ্য  পুনৰ টেষ্ট দলত স্থান নাপালে ভাৰতৰ এদিনীয়া ক্ৰিকেটাৰ নিয়মীয়া অ'পেনাৰ ৰোহিত শৰ্মাই ৷ ভাৰতৰ ক্ৰিকেট দলৰ কেপ্তেইন বিৰাট কোহলিৰ আক্ৰমণাত্মক নীতিৰ বাবেই স্থান দখল কৰিবলৈ সক্ষম নহ'ল ৰোহিট শৰ্মা ৷ দলটোৰ ছয় নং স্থানত ৰোহিত শৰ্মাৰ সলনি স্থান লাভ কৰে অলৰাউণ্ডাৰ হনুমা বিহাৰীয়ে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.