ETV Bharat / sports

মোহালিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টি-20

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল হোৱাৰ পাছত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয়খন টি-20 মেচ ৷ মোহালিত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন মেচত জয়ৰ লক্ষ্যেৰে নামিব দুয়ো দল ৷ সন্ধিয়া 7 বজাৰ পৰা মোহালিত অনুষ্ঠিত হ'ব দ্বিতীয় টি-20 মেচখন ৷

author img

By

Published : Sep 18, 2019, 7:05 PM IST

Updated : Sep 18, 2019, 7:23 PM IST

শিখৰ ধাৱান আৰু নৱদীপ ছাইনী

স্পৰ্টছ ডেস্ক, 18 ছেপ্তেম্বৰ : ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল হোৱাৰ পাছত বুধবাৰে অনুষ্ঠিত হ'ব দ্বিতীয়খন টি-20 মেচ ৷ মোহালিত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন মেচত জয়ৰ লক্ষ্যেৰে নামিব দুয়ো দল ৷ সন্ধিয়া 7 বজাৰ পৰা মোহালিত অনুষ্ঠিত হ'ব দ্বিতীয় টি-20 মেচখন ৷

দ্বিতীয় টি-20
ভাৰতীয় দল

ভাৰতৰ সম্ভাব্য 11 জনীয়া দল - ৰোহিত শৰ্মা, শিখৰ ধাৱান, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত, হাৰ্ডিক পাণ্ডিয়া, ক্ৰুনাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাদেজা/ৰাহুল চাহাৰ, ৱাশ্বিংটন সুন্দৰ, দিপক চাহাৰ, নৱদীপ ছাইনী ৷

দ্বিতীয় টি-20
দক্ষিণ আফ্ৰিকা দল

আনহাতে, দক্ষিণ আফ্ৰিকাৰ সম্ভাব্য 11 জনীয়া দল - কুইন্টন ডি কক, ৰিজা হেন্দ্ৰিকছ, ৰাছি ভান ডাৰ ডুছান, টেম্বা বাভুমা, ডেভিদ মিলাৰ, আন্দিলে ফেলুকায়ো, দ্বাইনে প্ৰিটোৰিয়াছ/জৰ্জ লিন্দে, কাগিছো ৰাবাডা, বিউৰেন হেন্দ্ৰিকছ, জুনিয়ৰ দালা/এনৰিছ নৰ্টজে, টেবৰাইজ ছামছি ৷

Intro:
চতিয়া,১৮ চেপ্তেম্বৰ:- বিদ্যুত বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই বিশ্বকৰ্মা পূজাৰ দিনটোতেই চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ কুসুমটোলাত সংঘটিত হ’ল এক অঘটন ৷Body:কুসুমটোলাৰ মিলনপুৰত বুধবাৰে দিনৰভাগত বিদ্যুত পৰিবাহী উচ্চ ক্ষমতাসম্পন্ন এডাল তাঁৰ হঠাৎ চিগি পৰাত পথৰ ওপৰত খাদ্য বিচাৰি থকা তিনিটাকৈ পোহনীয়া গাহৰী ক্ষন্তেকতে মৃত্যুমুখত পৰিবলগীয়া হয়৷পোহনীয়া গাহৰীকেইটাৰ গৰাকীৰ নাম ৰঘু নায়ক৷হঠাৎ বিদ্যুত পৰিবাহী তাঁৰ চিগি পৰাৰ সময়ত বিপৰীত দিশৰপৰা কেবাটিও বিদ্যালয়ৰপৰা অহা শিশু আহি আছিল যদিও কথমপি ৰক্ষা পৰে শিশুকেইটা৷Conclusion:গাঁওখনত বিদ্যুতৰ আওপুৰণি তাঁৰ ব্যৱহাৰ কৰি বিদ্যুত সৰবৰাহ কৰাৰ বাবেই এনে অঘটন সংঘটিত হ’বলৈ পোৱাৰ উপৰিও বিদ্যুত সৰবৰাহ হোৱা উচ্চক্ষমতাসম্পন্ন তাঁৰ বহু তললৈকে ওলমি পৰিলেও কোনো ব্যৱস্থা জামুগুৰি বিদ্যুত উপসংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ে গ্ৰহণ নকৰে বুলিও অভিযোগ উল্থাপিত হৈছে৷
Byte 1 পশুধনৰ গৰাকী
Byte 2 স্থানীয় লোক৷

Pransankar bhuyan
Sootea
Etv bharat (assam)
18.09.2019
Last Updated : Sep 18, 2019, 7:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.