স্পৰ্টছ ডেস্ক, 16 মাৰ্চ : ইংলেণ্ড বনাম ভাৰত টি-20 ছিৰিজৰ তৃতীয়খন মেচত ভাৰতে প্ৰথমে বেটিং কৰি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 156 ৰাণ ৷ ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে 46 বলত সংগ্ৰহ কৰে 77 ৰাণ ৷
উল্লেখ্য যে, টছত জয়ী হৈ ভ্ৰমণকাৰী ইংলেণ্ড দলে ভাৰতক বেটিঙৰ বাবে আহ্বান জনায় ৷ ইংলেণ্ডৰ হৈ মাৰ্ক উদে 31 ৰাণত 3 টা উইকেট দখল কৰাৰ বিপৰীতে ক্ৰিছ জৰ্ডানে 35 ৰাণ দি 1 টা উইকেট দখল কৰে ৷
লগতে পঢ়ক : কিষাণ আৰু ঋষভ পণ্টে কোহলীক অনুসৰণ কৰাতো বিচাৰে সেহৱাগে