ETV Bharat / sports

আই চি চি ৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষত বিৰাট

author img

By

Published : Jul 24, 2019, 5:04 AM IST

শেহতীয়া কৈ প্ৰকাশ পালে আই চি চি ৰ টেষ্ট ৰেংকিঙৰ তালিকা ৷ বেটিঙত প্ৰথম স্থানত বিৰাট কোহলি থকাৰ বিপৰীতে দলৰ প্ৰথম স্থানত আছে ভাৰতীয় টেষ্ট ক্ৰিকেট দল ৷

আই চি চি ৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষত বিৰাট

স্পৰ্টছ ডেস্ক, 24 জুলাইঃ মঙলবাৰে প্ৰকাশ পালে আই চি চি ৰ শেহতীয়া টেষ্ট ৰেংকিঙৰ তালিকা ৷ 922 পইণ্টৰে বিৰাট কোহলি শীৰ্ষ স্থানত থকাৰ বিপৰীতে 913 পইণ্টেৰে দ্বিতীয় স্থানত আছে কেন উলিয়ামচন ৷ ইপিনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতৰ চেতেশ্বৰ পূজাৰাই ৷ 881 পইণ্ট লাভৰে এই কৃতিত্ব লাভ কৰে পূজাৰাই ৷ বলিঙত ৰবিন্দ্ৰ জাডেজা ষষ্ঠ স্থান দখল কৰাৰ বিপৰীতে দশম স্থানত আছে ৰবি চন্দ্ৰন আশ্বিন ৷ অৱশ্য়ে অলৰাউণ্ডাৰৰ তালিকাত তৃতীয় স্থানত আছে ৰবিন্দ্ৰ জাডেজা ৷

ETV
আই চি চি ৰ টেষ্ট ৰেংকিঙ

আনহাতে দলৰ ৰেংকিঙত প্ৰথম স্থানত ভাৰতীয় ক্ৰিকেট দলটো থকাৰ বিপৰীতে নিউজিলেণ্ড দলটো দ্বিতীয়, দক্ষিণ আফ্ৰিকা তৃতীয়, ইংলেণ্ড চতুৰ্থ আৰু পঞ্চম স্থানত অধিষ্ঠিত আছে অষ্ট্ৰেলিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.