ETV Bharat / sports

প্ৰতিপক্ষক মানসিক হেঁচাত ৰাখে ধোনীয়ে : ব্ৰেণ্ডন মেক্কুলাম

আই চি চি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপৰ পূৰ্বে ধোনীৰ প্ৰশংসাত পঞ্চমুখ নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ ব্ৰেণ্ডন মেক্কুলামৰ ৷

author img

By

Published : May 19, 2019, 11:43 PM IST

বিৰোধী দলক মানসিক হেঁচাত ৰাখে ধোনীয়ে : ব্ৰেণ্ডন মেক্কুলাম

স্পৰ্টছ ডেস্ক, 19 মে’: বিশ্বকাপৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে প্ৰবল দাবীদাৰ ৰূপে চিহ্নিত হৈছে ভাৰতীয় ক্ৰিকেট দল ৷ ইপিনে বিশ্বকাপত বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় দলটোৰ মূখ্য অস্ত্ৰ ৰূপে অনুমান কৰা হৈছে ধোনীক ৷

ইয়াৰ মাজতেই বিশ্বকাপৰ বাবে অনুষ্ঠিত এখন টিলিভিচন শ্ব’ত ধোনীৰ বিষয়ে মেক্কুলামে ক’লে ভাৰতীয় দলৰ বাবে ধোনী হৈছে এজন বহুমূলীয়া খেলুৱৈ ৷ ধোনী যেতিয়া ক্ৰীজলৈ আহে তেতিয়া মেচৰ পৰিস্থিতিৰ সুন্দৰ অনুধাৱন কৰি সদায়ে বিৰোধী দলক মানসিক হেঁচাত ৰাখিবলৈ সক্ষম হয় ৷

ETV BHARAT ASSAM

আনহাতে ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ কেবিন পীটাৰছনেও ধোনীৰ প্ৰশংসা কৰিছিল ৷ ধোনীৰ যিকোনো পৰিস্থিতিতে ধৈৰ্যৰে মোকাৱিলা কৰাৰ ক্ষমতা আছে ৷ এইবাৰ আই পি এলত ধোনীৰ বেটিঙত পূৰ্বৰ ফৰ্ম দেখা পোৱা গৈছে বুলি উল্লেখ কৰিছিল পীটাৰছনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.