ETV Bharat / sports

ইণ্ডিয়া ছিৰিজৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অস্থায়ী সময়সূচী ঘোষণা

author img

By

Published : Oct 7, 2020, 9:34 PM IST

এই বৰ্ষৰ শেষলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ এটি অস্থায়ী সময়সূচী ঘোষণা কৰে ৷

সময়সূচী ঘোষণা
সময়সূচী ঘোষণা

স্প'ৰ্টছ ডেস্ক, 7 অক্টোবৰ: এই বৰ্ষৰ শেষলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ এটি অস্থায়ী সময়সূচী ঘোষণা কৰে ৷ মূল সময়সূচী অনুসৰি, যাত্ৰাটো অক্টোবৰত T-20 ৰে আৰম্ভ কৰা হৈছিল ৷ তাৰ পাচত 3 ডিচেম্বৰৰ পৰা টেষ্ট হয় আৰু জানুৱাৰীৰ মাজলৈ ৱান ডে স্থগিত ৰখা হয় ৷

ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ অষ্ট্ৰেলিয়া যাত্ৰাৰ এটি অস্থায়ী সময়সূচী ঘোষণা কৰে

যদিও BCCI ৰ দ্বাৰা চাপ প্ৰদান কৰি ৰখা,অষ্ট্ৰেলিয়ান ক্ৰিকেট বোৰ্ডক সময়সূচী সলনি কৰি হ্যুৱাইট-বল ক্ৰিকেটৰ উভয় ফৰমেট নবেম্বৰৰ শেষৰ ফালে আৰম্ভ কৰি টেষ্ট ছিৰিজ খন 17 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ বাধ্য কৰিছিল ৷

অষ্ট্ৰেলিয়া বোৰ্ড পৰৱৰ্তিত সময়সূচীতে আবদ্ধ হৈ আছে

অষ্ট্ৰেলিয়া বোৰ্ড পৰৱৰ্তিত সময়সূচীতে আবদ্ধ হৈ আছে, 25-30 নবেম্বৰত ৱান ডে (ব্ৰিসবেনত) আৰু 4-10 ডিচেম্বৰলৈ T-20 (এডিলেইডত) ৰাখে ৷

ইণ্ডিয়া ছিৰিজৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অস্থায়ী সময়সূচী ঘোষণা
ইণ্ডিয়া ছিৰিজৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অস্থায়ী সময়সূচী ঘোষণা

টেষ্ট ছিৰিজ খন সম্ভৱতঃ 17 ডিচেম্বৰত এডিলেইডত ডে-নাইট টেষ্টৰ পাচত আৰম্ভ হ'ব ৷ দ্বিতীয় টেষ্ট বক্সিং ডে টেষ্ট মেলবৰ্ণত (26-30 ডিচেম্বৰ), তৃতীয়টো টেষ্ট চীডনীত (7-11 জানুৱাৰী) আৰু শেষৰটো টেষ্ট ব্ৰিসবেনত (15-19 জানুৱাৰী) ৷

লগতে পঢ়ক: 42 তম জন্ম দিনত জাহিৰ খানক শুভেচ্ছা সতীৰ্থৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.