ETV Bharat / sports

কৰ্ণাটকৰ সোণাৰিয়ে গঢ়িলে সোণৰ বিশ্বকাপ ট্ৰফী - বিশ্বকাপ ক্ৰিকেট

কৰ্ণাটকৰ এজন সোণাৰিয়ে গঢ়িলে সোণৰ বিশ্বকাপ ট্ৰফী ৷ 1.5 ছেন্টিমিটাৰ উচ্চতা আৰু 0.490 গ্ৰাম ওজনৰ সোণৰ বিশ্বকাপ ট্ৰফীটো উৎসৰ্গা কৰিলে ভাৰতীয় দলৰ নামত ৷

কৰ্ণাটকৰ সোণাৰিয়ে গঢ়িলে সোণৰ বিশ্বকাপ ট্ৰফী
author img

By

Published : Jul 3, 2019, 5:09 PM IST

নিউজডেস্ক,3জুলাইঃ সমগ্ৰ বিশ্ব এতিয়া বিশ্বকাপ ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত ৷ ব্যতিক্ৰম নহয় ভাৰতটো ৷ ভাৰতৰ এজন ক্ৰিকেটপ্ৰেমী তথা সোণাৰিয়ে নিজৰ ব্যতিক্ৰমী কামৰ দ্বাৰা প্ৰকাশ কৰিলে ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা ৷ বাংলাদেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পাচতে এতিয়া সকলো ভাৰতীয়ই বিশ্বকাপ জয়ৰ সপোন দেখিছে ৷ ইয়াৰ মাজতে কৰ্ণাটকৰ নাগৰাজ ৰেভাংকৰ নামৰ সোণাৰিজনে নিৰ্মান কৰিলে 0.490 গ্ৰাম ওজনৰ সোণৰ বিশ্বকাপ ট্ৰফী ৷

কৰ্ণাটকৰ সোণাৰিয়ে গঢ়িলে সোণৰ বিশ্বকাপ ট্ৰফী

কেৱল এয়াই নহয় এই ট্ৰফীটো ভাৰতীয় দলটোৰ নামত উৎসৰ্গাও কৰিলে নাগৰাজে ৷ নাগৰাজে জনোৱা অনুসৰি এই ট্ৰফীটোৰ উচ্চতা হৈছে 1.5 ছেন্টিমিটাৰ ৷

  • Karnataka: Bengaluru-based goldsmith Nagaraj Revankar has created a 1.5 cm tall miniature of World Cup trophy weighing 0.49 grams. pic.twitter.com/qeDR0m7xVF

    — ANI (@ANI) July 3, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Bangalorian_goldsmith_carves_miniatuter_World_Cup_trophy
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.