ETV Bharat / sports

টি-20 শৃংখলাৰ বাবে ঘোষণা অষ্ট্ৰেলিয়া দলৰ - অষ্ট্ৰেলিয়া দলৰ

শ্ৰীলংকা আৰু পাকিস্তান বিৰুদ্ধে হ’বলগীয়া ত্ৰিকোণীয় টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ ৷

Australian team announced for t20 series with steve smith
author img

By

Published : Oct 8, 2019, 12:25 PM IST

স্পৰ্টছ ডেস্ক, 8 অক্টোবৰঃ শ্ৰীলংকা আৰু পাকিস্তান বিৰুদ্ধে হ’বলগীয়া ত্ৰিকোণীয় টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ ৷ ঘোষিত অষ্ট্ৰেলিয়া দলৰ পৰা বাহিৰ কৰা হৈছে মাৰ্কছ ষ্ট’ইনিছক ৷ দুৰ্বল ফৰ্মৰ বাবেই দলত স্থান দিয়া হোৱা নাই খেলুৱৈগৰাকীক ৷ আনহাতে এছেজ শৃংখলাত দুৰ্দান্ত প্ৰদৰ্শন কৰা ষ্টিভ স্মিথৰ দলত প্ৰত্যাৱৰ্তন হৈছে ৷ তিনি বছৰ 6 মাহ পাচত প্ৰথমটো টি-20 মেচত অৱতীৰ্ণ হ’ব স্মিথ ৷ স্মিথৰ সৈতে ডেবিড ৱাৰ্ণাৰ, পেট কামিন্স, মিটচেল ষ্ট্ৰাকও অষ্ট্ৰেলিয়া টি-20 দলত প্ৰত্যাৱৰ্তন হৈছে ৷ অহা 27, 30 অক্টোবৰ আৰু 1 নৱেম্বৰত তিনিখন টি-20 মেচত অৱতীৰ্ণ হ’ব অষ্ট্ৰেলিয়া ৷

ষ্টিভ স্মিথ, ডেবিড ৱাৰ্ণাৰ
ষ্টিভ স্মিথ, ডেবিড ৱাৰ্ণাৰ

অষ্ট্ৰেলিয়া দলটো হৈছেঃ এৰণ ফিন্স (অধিনায়ক), এষ্টন অগৰ, এলেক্স কেৰী, পেট কামিন্স, গ্লেন মেক্সৱেল, ষ্টিভ স্মিথ, বেন মেক্ডেৰম’ট, কেন ৰিচাৰ্ডচন, বিলি ষ্টানলেক, মিটচেল ষ্ট্ৰাক, এষ্টন টৰ্ণাৰ, এণ্ড্ৰিও টাই, ডেবিড ৱাৰ্ণাৰ ৷

ETV BHARAT SPORTS
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.