ETV Bharat / sports

আশ্বিনৰ 7 উইকেট, 431 ৰানত অল আউট দক্ষিণ আফ্ৰিকা

বিশাখাপট্টনমত চলি থকা প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত 431 ৰান সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ ৷ আশ্বিনৰ 7 টা উইকেট দখল ৷

author img

By

Published : Oct 5, 2019, 1:56 PM IST

আশ্বিনৰ 7 উইকেট, 431 ৰানত অল আউট দক্ষিণ আফ্ৰিকা

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰঃ দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চলি থকা প্ৰথমখন টেষ্টত 431 ৰানত অল আউট দক্ষিণ আফ্ৰিকা ৷ আশ্বিনে মেচখনত 46.2 অভাৰত 145 ৰান দি সৰ্বাধিক 7 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ডেন এলগাৰে সৰ্বাধিক 160 আৰু কুইণ্টন ডি কক্ কে 111 ৰানৰ ইনিংছ খেলে ৷

ভাৰতে নিজৰ প্ৰথম ইনিংছৰ বিনিময়ত 71 ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে প্ৰথমে বেটিং কৰি 7 উইকেটৰ বিনিময়ত 502 ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 176 আৰু ময়ংক আগৰৱালে কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল ৷ 215 ৰান কৰি ডেন এলগাৰৰ বলত কেট্ছ আউট হৈছিল ময়ংক ৷

ETV SPORTS - IMAGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.