ETV Bharat / sports

এছেজ শৃংখলাঃ জয়ৰ বাবে ইংলেণ্ডক প্ৰয়োজন 385 ৰানৰ - অষ্ট্ৰেলিয়া

এছেজ শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ডক 385 ৰানৰ প্ৰয়োজনৰ বিপৰীতে অষ্ট্ৰেলিয়াক প্ৰয়োজন 10 উইকেটৰ ৷

এছেজ শৃংখলাঃ জয়ৰ বাবে ইংলেণ্ডক প্ৰয়োজন 385 ৰানৰ
author img

By

Published : Aug 5, 2019, 10:06 AM IST

Updated : Aug 5, 2019, 2:09 PM IST

স্পৰ্টছ ডেস্ক, 5 আগষ্টঃ বাৰ্মিংহামত অনুষ্ঠিত হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ৷ বৰ্তমান ইংলেণ্ডক জয়ৰ বাবে 385 ৰানৰ প্ৰয়োজন হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াক প্ৰয়োজন 10 টা উইকেটৰ ৷ ইংলেণ্ডৰ হৈ বৰ্তমান ক্ৰীজত ৰৰী বাৰ্ণছ 7 আৰু জেছন ৰয় 6 ৰান কৰি বৰ্তি আছে ৷

ETV
এছেজ শৃংখলাঃ অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড

অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয় ইনিংছ 7 উইকেটৰ বিনিময়ত 487 ৰান কৰি ইনিংছ ঘোষণা কৰে ৷ ষ্টিভ স্মিথে 142 ৰান কৰাৰ লগতে মেথিউ ৱেডে 110 ৰান কৰিবলৈ সক্ষম হয় ৷ স্মিথে ইয়াৰ পূৰ্বে প্ৰথম ইনিংছটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 284 ৰান কৰাৰ বিপৰীতে ইংলেণ্ডে প্ৰথম ইনিংছত কৰিছিল 374 ৰান ৷

Last Updated : Aug 5, 2019, 2:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.