ETV Bharat / sports

খেল' ইণ্ডিয়াত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন - খেল' ইণ্ডিয়াত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন

পঢ়া শুনাৰ সমান্তৰালকৈ 6 ঘণ্টা জোৰা কঠোৰ অনুশীলন কৰি আহিছে দুয়োজন খেলুৱৈয়ে। ইয়াৰ পূৰ্বেও এই যুটীয়ে 2019 বৰ্ষৰ ইম্ফলত অনুষ্ঠিত ইণ্ডিয়ান নেশ্যনেল জুনিয়ৰ বেডমিণ্টন পুৰুষৰ 17 বছৰ অনুৰ্দ্ধৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিছিল।

তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন
তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন
author img

By

Published : Jan 22, 2020, 7:43 AM IST

গুৱাহাটী,22 জানুৱাৰীঃ তামিলনাডুৰ কইম্বাটোৰ অঞ্চলৰ হৰিহৰণ আৰু আৰ ৰোব্বান একাদশ শ্ৰেণীৰ ছাত্ৰ। চাৰি বছৰ পূর্বে বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰা এই একাদশ শ্ৰেণীৰ ছাত্ৰদ্বয়ে চীনৰ বেডমিণ্টন খেলুৱৈৰ খেল দেখি প্ৰেৰণা লাভ কৰিছিল ৷ ভৱিষ্যতে চীনৰ শ্বাটলাৰসকলৰ দৰে খেলাৰ লক্ষ্য হাতত লৈছিল এই দুয়োজন খেলুৱৈয়ে।

তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন

সেয়ে গুৱাহাটীৰ তৰুণৰাম ফুকন ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেল' ইণ্ডিয়াৰ পুৰুষৰ 17 বছৰৰ অনুৰ্দ্ধ বেটমিণ্টন ডাবলছত হৰিহৰণ আমছা কৰোনাম আৰু আৰ ৰোব্বানৰ যুটীয়ে হাৰিয়ানাৰ আৰিয়ান আৰু ভৰত ৰাঘৱক 21- 12, 21-13 ত পৰাজয় কৰে। স্বৰ্ণ পদক লাভেৰে খেল' ইণ্ডিয়া পদকৰ তালিকাত তামিলনাডু অষ্টম স্থানলৈ আহে ৷ বৰ্তমানলৈ 16 টা স্বৰ্ণ , 28 টা ৰূপ আৰু 18 টা ব্ৰঞ্জ পদক লাভ কৰিছে তামিলনাডুয়ে।

লগতে পঢ়কঃ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে দেখা যাব মহিলা বাইকাৰ্ছ দল

Intro:খেল' ইণ্ডিয়া য়ুথবা বেটমিণ্টন প্ৰতিযোগিতাৰ ফলাফল ।
পুৰুষৰ 17 বছৰৰ অনুৰ্দ্ধ বেটমিণ্টন ডাবলছত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বান দুৰ্দান্ত প্ৰদৰ্শন।
গুৱাহাটীৰ তৰুণৰাম ফুকন ইন্দ্ৰৰ ষ্টেডিয়াম ফাইনেল খেল খনত তামিলনাডুৰ হৰিহৰণ আমছা কৰোনাম আৰু আৰ ৰোব্বানৰ যুটীয়ে হাৰিয়ানাৰ আৰিয়ান আৰু ভৰত ৰাঘৱক 21- 12, 21-13 ত পৰাজয় কৰে। এই স্বৰ্ণ পদকেৰে খেল' ইণ্ডিয়া পদকৰ তালিকাত তামিলনাডু অষ্টম স্থানলৈ উন্নীত হৈছে। বৰ্তমানলৈ তামিলনাডুয়ে 16 টা স্বৰ্ণ , 28 টা ৰূপ আৰু 18 টা ব্ৰঞ্জ পদক লাভ কৰিছে।

Body:তামিলনাডুৰ coimbatore নিবাসী এই দুয়োজন খেলুৱৈ। চাৰি বছৰ পুর্বে বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰা এই দুয়োজন খেলুৱৈ একাদশ শ্ৰেণীৰ ছাত্ৰ । চীনৰ বেডমিণ্টন খেলুৱৈৰ খেল দেখি প্ৰেৰণা লাভ কৰাৰ পিছতে ভৱিষ্যত জীৱনত চীনৰ শ্বটলাৰ সকলৰ দৰে খেলাৰ লক্ষ্য হাতত লৈছিল এই দুয়োজন খেলুৱৈ য়ে। coimbatore ৰাক্স একাডেমী প্ৰশিক্ষনাৰ্থী। পঢ়া শুনাৰ সমান্তৰাল কৈ 6 ঘণ্টা জোৰাৰ কঠোৰ অনুশীলন কৰি আহিছে দুয়োজন খেলুৱৈ। আনহাতে ইয়াৰ পূৰ্বেও এই যুটীয়ে 2019 বৰ্ষৰ ইম্ফলত অনুষ্ঠিত ইণ্ডিয়ান নেচনেল জুনিয়ৰ বেডমিণ্টন পুৰুষৰ 17 বছৰ অনুৰ্দ্ধৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিছিল।
bite:- হৰিহৰণ( tamil & English bite)

Conclusion:ইমানতেই যেন শেষ নহয় দুয়োজন খেলুৱৈৰ লক্ষ্য। এই যুটীৰ লক্ষ্য হৈছে 2024ত পেৰিচত অনুষ্ঠিত হব লগা অলিম্পিকৰ পুৰুষ ডাবলছত স্বৰ্ণ পদক অৰ্জন কৰা।

for tamilnadu desk
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.