স্পৰ্টছ ডেস্ক, 5 ছেপ্তেম্বৰঃ ৰুছৰ কাজানত অনুষ্ঠিত হ’বলগীয়া বিডব্লিউএফ বিশ্ব জুনিয়নৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় বেডমিণ্টন সন্থাই ঘোষণা কৰিলে 23 জনীয়া ভাৰতীয় বেডমিণ্টন দল ৷ ভাৰতীয় ছিংগলছ দলটোK প্ৰতিনিধিত্ব কৰিব তামিলনাডুৰ সতীশ কুমাৰে ৷
-
🇮🇳 Squad announced!
— BAI Media (@BAI_Media) September 4, 2019 " class="align-text-top noRightClick twitterSection" data="
23 member squad announced for the upcoming #BWFWorldJuniorChampionship 2019 that will take place in Kazan, Russia from 30th September to 13th October 2019.
Check out the Squad here👇!@Media_SAI @IndiaSports @RijijuOffice #IndiaontheRise #Badminton pic.twitter.com/xyNDLvTmb9
">🇮🇳 Squad announced!
— BAI Media (@BAI_Media) September 4, 2019
23 member squad announced for the upcoming #BWFWorldJuniorChampionship 2019 that will take place in Kazan, Russia from 30th September to 13th October 2019.
Check out the Squad here👇!@Media_SAI @IndiaSports @RijijuOffice #IndiaontheRise #Badminton pic.twitter.com/xyNDLvTmb9🇮🇳 Squad announced!
— BAI Media (@BAI_Media) September 4, 2019
23 member squad announced for the upcoming #BWFWorldJuniorChampionship 2019 that will take place in Kazan, Russia from 30th September to 13th October 2019.
Check out the Squad here👇!@Media_SAI @IndiaSports @RijijuOffice #IndiaontheRise #Badminton pic.twitter.com/xyNDLvTmb9
ইয়াৰ উপৰি নাগপুৰৰ ৰৌহন গুৰৱানী আৰু মণিপুৰৰ মেছনাম মেইৰাৱা আৰু তেলেংগানাৰ প্ৰণৱ ৰাও গন্ধমেও ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াব ৷ আনহাতে মহিলাৰ ছিংগলছ দলটোত আছে গুজৰাটৰ তছনীম মীৰ, উত্তাৰাখণ্ডৰ অদীতি ভট্ট আৰু উন্নিত বিষ্ট আৰু কৰ্ণাটকৰ তৃষা হেগড়ে ৷ ইপিনে যুঁটিয়া দলটোৰ প্ৰতিনিধিত্ব কৰিব অদীতি আৰু তনীষা ক্ৰাষ্টে ৷ অহা 30 ছেপ্তেম্বৰৰ পৰা 13 অক্টোৱৰ লৈ অনুষ্ঠিত হ’ব এই বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ ৷