ETV Bharat / sports

ইণ্ডিয়া অ'পেন: ফাইনেলত ডেনিছ প্ৰতিপক্ষৰ হাতত পৰাস্ত কিডাম্বি

author img

By

Published : Mar 31, 2019, 8:54 PM IST

ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগীয়া হৈছে ভাৰতৰ বেটমিন্টন খেলুৱৈ শ্ৰীকান্ঠ কিডাম্বি ৷ ডেনিছ প্ৰতিপক্ষ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে 7-21, 20-22 ছেটত পৰাস্ত হয় খেলুৱৈগৰাকী ৷

SRIKANTH KIDAMBI

নিউজ ডেস্ক, 31 মাৰ্চ: দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া অ'পেন 2019 ৰ পুৰুষ শাখাৰ ফাইনেল মেচত ভাৰতীয় বেটমিন্টন খেলুৱৈ শ্ৰীকান্ঠ কিডাম্বি পৰাস্ত হোৱাৰ ফলত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়া অ'পেন খিতাপ জয়ৰ আশা ম্লান পৰে ৷ এই মেচত কিডাম্বিক 7-21, 20-22 ছেটত পৰাস্ত কৰে ডেনিছ খেলুৱৈ ভিক্টৰ এক্সেলছেনে ৷

প্ৰথম ছেটত ভিক্টৰে 21-7 ছেটত সহজ জয় সাব্যস্ত কৰাৰ ফলত ভাৰতীয় খেলুৱৈগৰাকীক অসহায় হৈ পৰা দেখা যায় ৷ দ্বিতীয় ছেটতো ভিক্টৰ এক্সেলছেনে জয় সাব্যস্ত কৰে যদিও কিডাম্বিয়ে পূৰ্বৰ ছেটতকৈ ভাল প্ৰদৰ্শন দেখাবলৈ সক্ষম হয় ৷

INDIA OPEN: KIDAMBI LOSES TO AXELSEN IN FINALS

ইণ্ডিয়া অ'পেন: ফাইনেলত ডেনিছ প্ৰতিপক্ষৰ হাতত পৰাস্ত কিডাম্বি

নিউজ ডেস্ক, 31 মাৰ্চ: দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া অ'পেন 2019 ৰ পুৰুষ শাখাৰ ফাইনেল মেচত ভাৰতীয় বেটমিন্টন খেলুৱৈ শ্ৰীকান্ঠ কিডাম্বি পৰাস্ত হোৱাৰ ফলত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়া অ'পেন খিতাপ জয়ৰ আশা ম্লান পৰে ৷ এই মেচত কিডাম্বিক 7-21, 20-22 ছেটত পৰাস্ত কৰে ডেনিছ খেলুৱৈ ভিক্টৰ এক্সেলছেনে ৷ 

প্ৰথম ছেটত ভিক্টৰে 21-7 ছেটত সহজ জয় সাব্যস্ত কৰাৰ ফলত ভাৰতীয় খেলুৱৈগৰাকীক অসহায় হৈ পৰা দেখা যায় ৷ দ্বিতীয় ছেটতো ভিক্টৰ এক্সেলছেনে জয় সাব্যস্ত কৰে যদিও কিডাম্বিয়ে পূৰ্বৰ ছেটতকৈ ভাল প্ৰদৰ্শন দেখাবলৈ সক্ষম হয় ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.