নিউজ ডেক্স,31 জুনঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ইনষ্ট'গ্ৰামযোগে প্ৰকাশ কৰিলে তেওঁৰ ভগ্নীৰ শৈশৱকালৰ ফটো ৷ সম্প্ৰতি এইট্টি থ্ৰি নামৰ বলিউডৰ চলচ্চিত্ৰখনৰ লগত জড়িত হৈ থকা অভিনেতাগৰাকীয়ে ভগ্নী ঋতিকা ভৱানীৰ জন্মদিনৰ শুভক্ষণত ভগ্নীৰ শৈশৱকালৰ এখন সুন্দৰ ফটো প্ৰকাশ কৰে চ'ছিয়েল মিডিয়াযোগে ৷
![etv_bharat_assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3998137_.jpg)