ETV Bharat / sitara

প্ৰতিবাদী গীত গাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মানস ৰবীনৰ

author img

By

Published : Dec 12, 2019, 7:03 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দলে বলে ওলাই আহিছে শিল্পী সমাজ ৷ মানস ৰবীনে শেহতীয়াকৈ "বদনে আনিলে মান " নামৰ প্ৰতিবাদী গীত গাই অনন্যৰূপত আগবঢ়াইছে প্ৰতিবাদী কন্ঠ ৷

manas rabin unique protest against cab
মানস ৰবীনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ধ্বনিৰে কঁপি আছে অসমভূমি ৷ সান্ধ্য আইন জাৰী কৰাৰ পিছতো ৰাজপথলৈ সদলবলে ওলাই আহিছে সাধাৰণ জনসাধাৰণ ৷ বিভিন্ন দল সংগঠনৰ লগতে ওলাই আহিছে শিল্পী সমাজো ৷ অসমৰ জাতি মাতি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত জাগ্ৰত হৈছে প্ৰতিজন অসমীয়া ৷ তেনে এক সন্ধিক্ষণতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবীনে সৃষ্টি কৰিছে প্ৰতিবাদী গীত "বদনে আনিলে মান " ৷ কন্ঠশিল্পীগৰাকীয়ে উদাত্ত কন্ঠৰে হিয়া ঢালি অসমী আইৰ বাবে গাইছে প্ৰতিবাদৰ গান ৷

মানস ৰবীনৰ প্ৰতিবাদী গীত "বদনে আনিলে মান "

Intro:Body:

manas rabin singing  protest

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.