ETV Bharat / sitara

অনুচ্ছেদ 370 প্ৰত্যাহাৰ সন্দৰ্ভত বি-তাৰকাৰ প্ৰতিক্ৰিয়া - বি-টাউন

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্ত আৰু জম্মু কাশ্মীৰ (পুনৰ গঠন) বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি-টাউনৰ বহুকেইজন তাৰকাই ৷

অনুচ্ছেদ 370 প্ৰত্যাহাৰ সম্বন্ধত বি-তাৰকাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 6, 2019, 7:21 PM IST

নিউজ ডেক্স, 6 আগষ্টঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰ সন্দৰ্ভত বহুজনে বহুধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ব্যতিক্ৰম নহ'ল বি টাউনবাসীও ৷ এই সন্দৰ্ভত অনুপম খেৰ, দিয়া মিৰ্জা , পৰেশ ৰাৱাল, ৰৱীনা টেণ্ডন ,বিক্ৰান্ত মেচি, জাইৰাকে প্ৰমুখ্য কৰি বহুকেইজনে মন্তব্য কৰিছে টুইটাৰযোগে ৷

etv_bharat_assam
অনুচ্ছেদ 370 প্ৰত্যাহাৰ সম্বন্ধত বি-তাৰকাৰ প্ৰতিক্ৰিয়া

অৱশ্যে আন বহু তাৰকাই এই সন্দৰ্ভত এই পৰ্যন্ত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে ৷

Intro:Body:

BOLLYWOOD CELEBRATY ON ARTICLE 370

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.