ETV Bharat / sitara

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি 'অপৰূপা' - প্ৰয়াত প্ৰসিদ্ধ অভিনেতা বিজু ফুকন অভিনীত অপৰূপা

গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত বৃহস্পতিবাৰে প্ৰদৰ্শিত হয় 80 দশকৰ অসমীয়া হিট ছবি 'অপৰূপা'

অসমীয়া ছবি 'অপৰূপা'
author img

By

Published : Nov 21, 2019, 6:51 PM IST

চিটাৰা ডেস্ক,21 নৱেম্বৰঃ গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈ আছে 76খন ৰাষ্ট্ৰৰ 200তকৈ অধিক ছবি ৷ তাৰ মাজতে স্থান পাইছে অসমীয়া ছবি অপৰূপাই ৷ প্ৰয়াত প্ৰসিদ্ধ অভিনেতা বিজু ফুকন অভিনীত অপৰূপা প্ৰদৰ্শিত হয় গোৱাৰ এই আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৷

assamese film aparoopa at IFFI
অসমীয়া ছবি 'অপৰূপা'

1982 চনৰ 16 এপ্ৰিলত মুক্তি পোৱা অপৰূপা ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা আছিল খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ ৷ ছবিখনত বিজু ফুকনৰ উপৰিও অভিনয় কৰিছিল সুহাসিনী মুলে', সুষমা শেঠ, প্ৰসিদ্ধ অভিনেতা গিৰীশ কাৰণাড, দুলাল ৰয়, কূলভূষণ খাৰবান্দা, সুশীল গোস্বামী আৰু ফাৰু শ্বেখ আদিয়ে ৷ অপৰূপাৰ সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই ৷

assamese film aparoopa at IFFI
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি 'অপৰূপা'

বৃহস্পতিবাৰে বিয়লি 4 বজাত গোৱাৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হয় অপৰূপা ছবিখন ৷

লগতে পঢ়কঃ অসীম গগৈক সুমতি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ

Intro:Body:

aparoopa

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.