ETV Bharat / sitara

পুনৰ ছ'চিয়েল মিডিয়াত ভাইৰেল বিবেক অবেৰয়ৰ মীম

author img

By

Published : May 24, 2019, 4:37 PM IST

অভিনেতা গৰাকীয়ে টুইটাৰৰ পৰা টুইট কৰা মীমত মায়াৱতী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, শৰৎ পাৱাৰ, অজিত সিঙ, সীতাৰাম য়েচুৰী সৈতে কেইবাগৰাকী নেতাক মহাগঠবন্ধন বাবে হাত মিলাই থকা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ৷

পুনৰ ছো'চিয়েল মিডিয়াত ভাইৰেল বিবেক অবেৰয়ৰ মীম

নিউজ ডেস্ক, 24 মে': পুনৰ মীম শ্বেয়াৰ কৰি অনুৰাগীক আকৰ্ষণ বলিউড অভিনেতা বিবেক অ'বেৰয়ৰ ৷ এইবাৰ কোনো অভিনেত্ৰী নহয় টুইটাৰ হেণ্ডলৰ পৰা 'মহাগঠবন্ধনৰ' মীম টুইট কৰি দৃষ্টি আকৰ্ষণ কৰিলে অভিনেতা গৰাকীয়ে ৷ অভিনেতা গৰাকীয়ে টুইটাৰৰ পৰা টুইট কৰা মীমত মায়াৱতী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, শৰৎ পাৱাৰ, অজিত সিঙ, সীতাৰাম য়েচুৰী সৈতে কেইবাগৰাকী নেতাক মহাজোট বন্ধনৰ বাবে হাত মিলাই থকা প্ৰত্যক্ষ কৰা যায় ৷ তাৰ পাচতে অভিনেতা গৰাকীৰ মীমটো ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত ৷ উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে বলিউড অভিনেত্ৰী ঐশ্ব্যৰ্য ৰায় বচ্চনৰ মীম ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ৰাইজৰ ৰোষত পৰিছিল বিবেক অ'ৱেৰয়ে ৷ যাৰ বাবে আৰক্ষীয়ে জাননী প্ৰেৰণ কৰে অভিনেতাগৰাকীক ৷ আৰক্ষীৰ পৰা জাননী লাভ কৰা পাচতে অভিনেতা গৰাকীয়ে টুইটাৰ হেণ্ডলৰ পৰা মীম আঁতৰাই পেলোৱাৰ উপৰিও ক্ষমা বিচাৰিবলৈ বাধ্য হয় ৷

vivek oberoi shared a meme on mahagathbandhan

পুনৰ ছো'চিয়েল মিডিয়াত ভাইৰেল বিবেক অবেৰয়ৰ মীম

body: নিউজ ডেস্ক, 24 মে': পুনৰ মীম শ্বেয়াৰ কৰি অনুৰাগীক আকৰ্ষণ বলিউড অভিনেতা বিবেক অবেৰয়ৰ ৷ এইবাৰ কোনো অভিনেত্ৰী নহয় টুইটাৰ হেণ্ডলৰ পৰা 'মহাগঠবন্ধনৰ' মীম টুইট কৰি দৃষ্টি আকৰ্ষণ কৰিলে অভিনেতা গৰাকীয়ে ৷ অভিনেতা গৰাকীয়ে টুইটাৰৰ পৰা টুইট কৰা মীমত মায়াৱতী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, শৰৎপাৱাৰ, অজিত সিঙ, সীতাৰাম য়েচুৰী সৈতে কেইবাগৰাকী নেতাক মহাগঠবন্ধন বাবে হাত মিলাই থকা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ৷ তাৰ পাচতে অভিনেতা গৰাকীৰ মীমটো ভাইৰেল হৈ পৰে ছো'চিয়েল মিডিয়াত ৷ উল্লেখ্য যে, বিগত কিছু দিন পূৰ্বে বলিউড অভিনেত্ৰী ঐশ্ব্যৰ্য ৰায় বচ্চনৰ মীম ছো'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ৰাইজৰ ৰোষত পৰিছিল বিবেক অ'ৱেৰয়ে ৷ যাৰ বাবে আৰক্ষীয়ে জাননী প্ৰেৰণ কৰে অভিনেতা গৰাকীক ৷ আৰক্ষীৰ পৰা জাননী লাভ কৰা পাচতে অভিনেতা গৰাকীয়ে টুইটাৰ হেণ্ডলৰ পৰা মীম মোছি পেলোৱাৰ উপৰিও ক্ষমা বিচাৰিছ ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.