ETV Bharat / sitara

চিকিৎসাধীন চুপাৰষ্টাৰ ৰজনীকান্ত

বৃহস্পতিবাৰে চেন্নাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় চুপাৰষ্টাৰ ৰজনীকান্তক ৷ সূত্ৰ অনুসৰি অভিনেতাগৰাকী infarctionত ভুগি আছে ৷

author img

By

Published : Oct 29, 2021, 8:40 AM IST

superstar Rajnikanth admitted to hospital
চিকিৎসাধীন চুপাৰষ্টাৰ ৰজনীকান্ত

চিটাৰা ডেস্ক, 29 অক্টোবৰ : হাস্পতালত চিকিৎসাধীন চুপাৰষ্টাৰ ৰজনীকান্ত ৷ বৃহস্পতিবাৰে চেন্নাইৰ কাৱেৰী হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক ৷ তেখেতৰ আত্মীয়ই জানিবলৈ দিয়া অনুসৰি চিন্তাৰ কোনো কাৰণ নাই কেৱল নিয়মীয়া পৰীক্ষাৰ বাবেহে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আনহাতে, অন্য সূত্ৰৰ পৰা জানিবলৈ পৰা অনুসৰি অভিনেতাগৰাকী infarctionত ভুগি আছে, যি হৈছে প্ৰভাৱিত এলেকালৈ অপৰ্যাপ্ত তেজ যোগানৰ ফলত হোৱা কোষৰ মৃত্যু (necrosis)। ধমনী অৱৰোধৰ ফলত এনে হ'ব পাৰে ৷

হাস্পতাল কৰ্তৃপক্ষই বৃহস্পতিবাৰৰ নিশাটো অভিনেতাগৰাকীক হাস্পতালতে ৰাখিব লাগিব বুলি জনাইছিল ৷

লগতে পঢ়ক : চুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.