ETV Bharat / sitara

আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

টুইটাৰযোগে এই কথা ঘোষণা কৰে চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা অজয় দেৱগনে ৷ ছবিখনত দেখা যাব অজয় দেৱগন আৰু ৰাকুল প্ৰীতৰ মাজৰ  অন্তৰংগ মূহুৰ্তৰ কিছু বিশেষ দৃশ্য ৷

আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত
author img

By

Published : Apr 22, 2019, 8:18 AM IST

Updated : Apr 22, 2019, 10:20 AM IST

নিউজ ডেক্স,২২ এপ্ৰিলঃ সোমবাৰে মুক্তি পাব অজয় দেৱগন অভিনীত ছবি "দে দে প্যাৰ দে"ৰ দ্বিতীয়টো সংগীত । "TU MILA TO HAINA KAL MIL RAHA HEIN" শীৰ্ষক এই সংগীতটোৰ পৰিচালনা কৰিছে আৰমান মালিকে,গীতটো লিখিছে কুনাল বাৰ্মাই আৰু গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় গায়ক অৰিজিৎ সিঙে ।

ETV_BHARAT_ASSAM
আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙে অভিনয় কৰা এই সংগীতটো সম্পূৰ্ণ ৰোমাঞ্চধৰ্মী । চলচ্চিত্ৰখনৰ প্ৰেমিক যুগলৰ চৰিত্ৰ ৰূপায়ণ কৰা অজয় দেৱগন আৰু ৰাকুল প্ৰীতৰ মাজৰ অন্তৰংগ মূহুৰ্তৰ কিছু দৃশ্য দেখুওৱা হৈছে গীতটোৰ যোগেৰে । উল্লেখ্য যে, অনুৰাগীৰ বহু প্ৰত্যাশিত এই ছবিখন মুক্তি পাব অহা মে' মাহৰ ১৭ তাৰিখে ।

SECOND SONG FROM DE DE PYAAR DE
আজি মুক্তি পাব দে দে প্যাৰ দে চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

টুইটাৰযোগে এই কথা ঘোষণা কৰে চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা অজয় দেৱগনে 

নিউজ ডেক্স,২২ এপ্ৰিলঃ সোমবাৰে  মুক্তি পাব  অজয় দেৱগন অভিনীত ছবি দে দে প্যাৰ দেৰ দ্বিতীয়টো সংগীত । "TU MILA TO HAINA KAL MIL RAHA HEIN" শীৰ্ষক এই সংগীতটোৰ পৰিচালনা কৰিছে আৰমান মালিক ,  গীতটো লিখিছে কুনাল বাৰ্মাই আৰু গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় গায়ক অৰিজিৎ সিঙে । 

 অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙে অভিনয় কৰা এই সংগীতটো সম্পূৰ্ণ ৰোমাঞ্চধৰ্মী ।  প্ৰেমিক পক্ষীৰ অন্তৰংগ মূহুৰ্তৰ দৃশ্য প্ৰদৰ্শিত হৈছে গীতটোৰ যোগেৰে । 

উল্লেখ্য যে, অনুৰাগীৰ বহু প্ৰত্যাশিত এই ছবিখন মুক্তি পাব অহা মে' মাহৰ ১৭ তাৰিখে । 
Last Updated : Apr 22, 2019, 10:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.