নিউজ ডেক্স,2 আগষ্টঃ বহু অপেক্ষাৰ অন্তত শনিবাৰে মুক্তি পাব যতীন বৰাৰ ৰত্নাকৰ চলচ্চিত্ৰৰ "ৰাতি ৰাতি" গীতৰ ভিডিঅ' ৷ গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই ৷ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰখনৰ প্ৰযোজক যতীন বৰা আৰু মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ 27 জুলাই তাৰিখে গীতটোৰ টিজাৰ মুক্তি দিয়া হৈছিল ৷ ছবিখনৰ টিজাৰ আৰু গীত সমূহেও দৰ্শকৰ মাজত লাভ কৰিছে বিপুল সঁহাৰি।
3 আগষ্টত মুক্তি পাব ৰত্নাকৰ ছবিৰ 'ৰাতি ৰাতি' গীতৰ ভিডিঅ'
অপেক্ষাৰ অন্ত পেলাই শনিবাৰে মুক্তি পাব ৰত্নাকৰ চলচ্চিত্ৰৰ "ৰাতি ৰাতি" গীতৰ ভিডিঅ' ৷ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰখনৰ প্ৰযোজক যতীন বৰা আৰু মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷
3 আগষ্টত আহি আছে "ৰাতি ৰাতি"
নিউজ ডেক্স,2 আগষ্টঃ বহু অপেক্ষাৰ অন্তত শনিবাৰে মুক্তি পাব যতীন বৰাৰ ৰত্নাকৰ চলচ্চিত্ৰৰ "ৰাতি ৰাতি" গীতৰ ভিডিঅ' ৷ গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই ৷ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰখনৰ প্ৰযোজক যতীন বৰা আৰু মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ 27 জুলাই তাৰিখে গীতটোৰ টিজাৰ মুক্তি দিয়া হৈছিল ৷ ছবিখনৰ টিজাৰ আৰু গীত সমূহেও দৰ্শকৰ মাজত লাভ কৰিছে বিপুল সঁহাৰি।
3 আগষ্টত আহি আছে "ৰাতি ৰাতি"
অপেক্ষাৰ অন্ত পেলাই শনিবাৰে মুক্তি পাব ৰত্নাকৰ চলচ্চিত্ৰৰ "ৰাতি ৰাতি" গীতৰ সম্পূৰ্ণ দৃশ্যাংশ
নিউজ ডেক্স,2 আগষ্টঃ বহু অপেক্ষাৰ অন্তত 3 আগষ্ট তাৰিখে মুক্তি পাব যতীন বৰাৰ ৰত্নাকৰ চলচ্চিত্ৰৰ "ৰাতি ৰাতি" গীতৰ সম্পূৰ্ণ দৃশ্যাংশ ৷ গীতটোত কন্ঠদান কৰিছে জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই ৷ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰখনৰ প্ৰযোজক যতীন বৰা আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ উল্লেখ্য যে, এই বৰ্ষৰে জুলাই 27 তাৰিখে গীতটোৰ ট্ৰিজাৰ মুক্তি দিয়া হৈছিল ৷

Last Updated : Aug 2, 2019, 7:14 PM IST