ETV Bharat / sitara

ৰূপালী পৰ্দাত বালাকোটৰ এয়াৰ ষ্ট্ৰাইক - ৰূপালী পৰ্দা

বালাকোটত সংঘটিত এয়াৰ ষ্ট্ৰাইকক লৈ ছবি নিৰ্মাণ কৰিব অভিনেতা বিবেক অৱেৰয়ে ৷

ৰূপালী পৰ্দাত বালাকোটৰ এয়াৰ ষ্ট্ৰাইক
author img

By

Published : Aug 23, 2019, 4:59 PM IST

নিউজ ডেস্ক,23 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন ভিত্তিক ছবিৰ সফলতাৰ পাছত এইবাৰ নতুন ছবিক লৈ ব্যস্ত অভিনেতা বিবেক অৱেৰয় ৷ 2019 চনৰ 26 ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাই সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ ঘটনাক লৈ ছবি নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে অভিনেতাজনে ৷ ছবি খনৰ নাম হ'ব 'BALAKOT-The True Story' ৷

etv bharat
ৰূপালী পৰ্দাত বালাকোটৰ এয়াৰ ষ্ট্ৰাইক

শুকুৰবাৰে চলচিত্ৰ সমালোচক তৰণ আদৰ্শে টুইটাৰ যোগে ঘোষণা কৰে ছবিখনৰ কথা ৷ তৰণ আদৰ্শে সদৰী কৰা অনুসৰি এই বছৰৰ শেষৰ ফালে জম্মু-কাশ্মীৰ,দিল্লী আৰু আগ্ৰাত সম্পন্ন কৰা হ'ব ছবি খনৰ শ্বুটিং ৷ হিন্দী,তামিল আৰু তেলেগু এই তিনিওটা ভাষাতে নিৰ্মাণ কৰা হ'ব ছবি খন ৷

Intro:Body:

BALAKOT AIR STRIKE

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.