ETV Bharat / sitara

ডাবুল চেঞ্চুৰী কৰিলে 'মিছন মংগলে '

author img

By

Published : Sep 13, 2019, 1:48 PM IST

অক্ষয় কুমাৰৰ শেহতীয়া ছবি মিছন মংগলে অৰ্জন কৰিলে মুঠ 200 কোটি টকা

ডাবুল চেঞ্চুৰী কৰিলে 'মিছন মংগলে '

চিটাৰা ডেক্স,13 ছেপ্টেম্বৰঃ অক্ষয় কুমাৰৰ শেহতীয়া ছবি 'মিছন মংগলে' মুক্তিৰ চৰ্তুথ সপ্তাহৰ ভিতৰত অৰ্জন কৰিছে মুঠ 200.16 কোটি টকা ৷ নিজৰ টুইটাৰ যোগে এই তথ্য প্ৰকাশ কৰে ভাৰতীয় ছবি সমালোচক তৰণ আদৰ্শই ৷

MISSION MANGAL HITS DOUBLE CENTURY
ডাবুল চেঞ্চুৰী কৰিলে 'মিছন মংগলে '

উল্লেখ্য যে,বৰ্তমানলৈকে দেশৰ স্বাধীনতা দিৱসত মুক্তি পোৱা ছবিবোৰৰ ভিতৰত 'মিছন মংগলে'ই আটাইতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

MISSION MANGAL HITS DOUBLE CENTURY
ডাবুল চেঞ্চুৰী কৰিলে 'মিছন মংগলে '

ইয়োৰোপৰি ছবিখনে মুক্তিৰ প্ৰথমটো দিনতে 29.16 কোটি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমানলৈকে অক্ষয় কুমাৰ অভিনীত ছবিবোৰৰ ভিতৰত 'মিছন মংগলে'ই প্ৰথমটো দিনতে আটাইতকৈ বেছি ধন অৰ্জন কৰা ছবি ৷

Intro:Body:

MISSION

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.