ETV Bharat / sitara

'ভাৰত' চলচ্চিত্ৰত কেটৰিণাৰ নতুন লুক

ইনষ্টাগ্ৰাম যোগে অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই বিশেষ লুক

author img

By

Published : Apr 15, 2019, 10:42 AM IST

নিউজ ডেক্স,১৫ এপ্ৰিলঃ দেওবাৰে কেটৰিণা কাঈফে মুকলি কৰে 'ভাৰত' চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ বিশেষ লুক । জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে তেওঁৰ এই বিশেষ লুক প্ৰকাশ কৰে ইনষ্টাগ্ৰাম যোগে ।

ETV_BHARAT_ASSAM
'ভাৰত' চলচ্চিত্ৰত কেটৰিণাৰ নতুন লুক

উল্লেখ্য যে, আলি আব্বাচ জাফৰ প্ৰযোজিত আৰু চলমান খান অভিনীত এই বিশেষ চলচ্চিত্ৰখন মু্ক্তি পাব এই বৰ্ষৰ ঈদত। মুখ্য চৰিত্ৰত চলমান খান আৰু কেটৰিণা কাঈফে অভিনয় কৰা চলচ্চিত্ৰখনত তেওঁলোকৰ সৈতে অভিনয় কৰিছে দিশা পাটানী , সুনীল গ্ৰভাৰ আৰু জেকি শ্ৰফে । জানিব পৰা মতে, এই মাহৰ ২৪ তাৰিখে মুক্তি পাব চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ।

katrina kaif shares a picture of her look from 'Bharat'

ভাৰত চলচ্চিত্ৰত কেটৰিণাৰ নতুন লুক 

ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰে এই বিশেষ লুক

নিউজ ডেক্স,১৫ এপ্ৰিলঃ দেওবাৰে কেটৰিণা কাঈফে মুকলি কৰে ভাৰত চলচ্চিত্ৰত  নিজৰ চৰিত্ৰৰ বিশেষ লুক । জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে তেঁওৰ এই বিশেষ লুক প্ৰকাশ কৰে ইনষ্টাগ্ৰাম যোগে । 

উল্লেখনীয় যে, আলি আব্বাচ জাফৰ প্ৰযোজিত আৰু  চলমান খান অভিনীত এই বিশেষ চলচ্চিত্ৰখন মু্ক্তি পাব এই বৰ্ষৰ ঈদত ।  মুখ্য চৰিত্ৰত চলমান খান আৰু কেটৰিণা কাঈফে অভিনয় কৰা চলচ্চিত্ৰখনত তেঁওলোকৰ সৈতে অভিনয় কৰিছে  দিশা পাটানী , সুনীল গ্ৰভাৰ আৰু জেকি শ্ৰফে । এই মাহৰে ২৪ তাৰিখে মুক্তি পাব চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.