ETV Bharat / sitara

কোকৰাঝাৰত গ'ল্ড চিনেমা হলৰ শুভাৰম্ভণি - গ'ল্ড চিনেমা হলৰ শুভাৰম্ভ

দেওবাৰে কোকৰাঝাৰ চহৰৰ জে ডি ৰ'ডত নৱ নিৰ্মিত গ'ল্ড চিনেমা হলৰ শুভাৰম্ভ কৰে বড়ো ছবি নিৰ্মাতা আৰু প্ৰযোজক জংদাও বডোসাই ৷ ছবিগৃহটো মুক্তি কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে নিৰ্মাতাগৰাকী৷

কোকৰাঝাৰত গ'ল্ড চিনেমা হলৰ শুভাৰম্ভ
author img

By

Published : May 5, 2019, 12:56 PM IST

কোকৰাঝাৰ, 5 মে': বিটিএডিবাসীৰ বাবে সু-খবৰ, পোন প্ৰথম বাৰৰ বাবে বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰত শুভাৰম্ভ কৰা হ'ল গ'ল্ড চিনেমা হলৰ৷ দেওবাৰে জে ডি ৰ'ডত নৱ নিৰ্মিত গ'ল্ড চিনেমা হলৰ শুভাৰম্ভ কৰে বড়ো ছবি নিৰ্মাতা তথা প্ৰযোজক জংদাও বডোসাই ৷ ছবিগৃহটো মুক্তি কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে নিৰ্মাতাগৰাকী৷ বিটিএডি ৰাইজৰ বহু বছৰীয়া আশা পূৰণ হ'ল বুলি উল্লেখ কৰি আগন্তুক সময়ত ছবিপ্ৰেমী ৰাইজৰ অধিক সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰযোজকগৰাকীয়ে ৷

কোকৰাঝাৰত গ'ল্ড চিনেমা হলৰ শুভাৰম্ভ

ইপিনে ছবিগৃহটোৰ মুক্তিৰ প্ৰথম দিনাই পৰিলক্ষিত হ'ল দৰ্শকৰ লানি নিচিগা ভিৰ ৷ লগতে ছবিজগত আৰু সংস্কৃতি প্ৰেমী ৰাইজেও কোকৰাঝাৰ চহৰত চিনেমা হল স্থাপন হোৱাকলৈ আনন্দ প্ৰকাশ কৰে ।

Intro:গোল্ড চিনেমা হুল খুৱাৰম্ভ কোকৰাঝাৰ চহৰত।

বিটিএডি বাসীৰ বাবে সু খবৰ, পোন প্ৰথম বাৰৰ বাবে বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰত গোল্ড চিনেমা হুলৰ খুৱাৰম্ভ।

Body:চহৰৰ জে দি ৰোডত নৱ নিৰ্মিত গোল্ড চিনেমা হুল খন আজি খুৱাৰম্ভ কৰে বড়ো ছবি নিৰ্মাতা আৰু প্ৰযোজক জংদাও বদসায়ে।
তেখেদে কৈয়ে বিটিএদি ৰ ৰাইজে বহু আশা আৰু আকাংক্ষা গোল্ড চিনেমায়ে আজি পূৰণ কৰিলে , কাৰণ বহু বছৰ এয়াৰ ৰাইজে মন থাকিলিও ছবি দেখাৰ পৰা দূৰত আছিল, আজি এক আৰু নুতুন সংযোজন এক আনন্দৰ দিন।

Conclusion:প্ৰথমটো মুক্তি দিনায়ে দৰ্শকৰ লানি নিচিকা ভিৰ দেখা যায় চিনেমা হুলত, আৰু ছবি জগত আৰু সংস্কৃতি প্ৰেমী ৰাইজে এনেকৈ হুল কোকৰাঝাৰ চহৰ স্থাপন হোৱাকলৈ আনন্দ প্ৰকাশ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.