ETV Bharat / sitara

এইবাৰ মেলবৰ্ণ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ বুলবুল কেন ছিঙ

কাইলৈ প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত ছবি বুলবুল কেন ছিঙ

author img

By

Published : Aug 8, 2019, 9:39 PM IST

Updated : Aug 9, 2019, 11:34 AM IST

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ বুল বুল কেন চিংগ

নিউজ ডেক্স,8 আগষ্টঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে সুখবৰ ৷ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত কাইলৈ প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত ছবি বুলবুল কেন চিংগ ৷ নিশা প্ৰায় 7 বজাত প্ৰদৰ্শিত হ'ব চলচ্চিত্ৰখন ৷ ছবিখন প্ৰদৰ্শনৰ বাবে ইতিমধ্যে মেলবৰ্ণলৈ উৰা মাৰিছে ৰীমা দাস ৷

etv_bharat_assam

কেৱল সেয়াই নহয় এই ফিল্ম ফেষ্টিভেলৰ বাবে বুলবুল কেন চিংগ আৰু ভগা খিৰিকী দুয়োখন চলচ্চিত্ৰই দুটা বিশেষ শিতানৰ বাবে মনোনীত হৈছে ৷ এই দুয়োখন চলচ্চিত্ৰই মনোনীত হৈছে "শ্ৰেষ্ঠ পৰিচালক" আৰু "বেষ্ট ইণ্ডি ফিল্ম" শীৰ্ষক দুটা শিতানৰ বাবে ৷

Intro:Body:

BULBUL CAN SING

Conclusion:
Last Updated : Aug 9, 2019, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.