ETV Bharat / sitara

আম্ফান: বলিউড তাৰকাসকলৰ দুখ প্ৰকাশ

প্ৰচণ্ড ঘূৰ্ণীবতাহ ‘আম্ফান’ক লৈ বলিউডৰ বহুকেইগৰাকী তাৰকাই সামাজিক মাধ্যমৰ যোগেদি দুখ প্ৰকাশ কৰিছে ৷ পশ্চিম বংগ আৰু উৰিষ্যাত আম্ফানৰ প্ৰকোপত ক্ষতি হোৱা বহু লোকৰ বাবে দুখ প্ৰকাশ আৰু এই আম্ফানক লৈ সজাগতাৰ বাবে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে বলিউড তাৰকাসকলে ৷

author img

By

Published : May 22, 2020, 1:46 PM IST

বলিউড তাৰকাসকলৰ চ’ছিয়েল মিডিয়াযোগে দুখ প্ৰকাশ

চিটাৰা ডেস্ক, 22 মে’: শেহতীয়াভাৱে ঘূৰ্ণীবতাহ আম্ফানে পশ্চিম বংগ আৰু উড়িষ্যাত বহু লোকৰ ক্ষতিসাধন কৰাৰ পিছতে, বলিউড তাৰকাসকলে ইয়াৰ বাবে চ’ছিয়েল মিডিয়াযোগে প্ৰাৰ্থনা কৰে ৷

অভিনেতা আয়ুষ্মান খুৰাণাই টুইটযোগে আম্ফানৰ ফলত মৃত্যু হোৱা লোকসকলক লৈ শোক প্ৰকাশ কৰে আৰু আম্ফানক লৈ নিজৰ চিন্তা ব্যক্ত কৰে ৷

অভিনেত্ৰী নুশৰত ভাৰুচাই টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি আম্ফানৰ বাবে সকলোৰে সুৰক্ষাৰ কামনা কৰে ৷

আনহাতে, অভিনেতা অভিশেষ বচ্চনেও আম্ফানক লৈ নিজৰ শংকা ব্যক্ত কৰে ৷ পূৱ ভাৰতৰ সকলো লোকৰ বাবে তেওঁ টুইটাৰযোগে সুৰক্ষাৰ প্ৰাৰ্থনা কৰে ৷

অভিনেত্ৰী কংগনা ৰানাৱটৰ টীমে টুইটাৰযোগে জনোৱা মতে, ভয়াৱহ আম্ফানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক লৈ অভিনেত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰে আৰু লগতে এই দুঃসময় অতি সোনকালে পাৰ হ’ব বুলি আশ্বাস দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.