ETV Bharat / sitara

অনুৰাগীক আচৰিত কৰি ৰাখিব বিচাৰে য়ামী গৌতমে

বিভিন্ন শৈলীৰে অধিক কাহিনীৰ সন্ধান কৰাটো অভিনেত্ৰী গৰাকীৰ য়ামী গৌতমৰ ৰুচি ৷ বিক্কী ডনাৰৰ অভিনেত্ৰী গৰাকীয়ে জনাই যে, নিজৰ উত্থান-পতনৰ পৰা বহুখিনি শিকিছে য়ামীয়ে ৷ পৰ্দাত অসংখ্য ভূমিকাৰ সৈতে অনুৰাগীক আচৰিত কৰি তুলিব বিচাৰিছে অভিনেত্ৰীগৰাকীয়ে৷

Yami Gautam wants to keep surprising fans with a myriad of roles
অনুৰাগীক আচৰিত কৰি ৰাখিব বিচাৰে য়ামী গৌতমে
author img

By

Published : Jun 6, 2020, 6:34 PM IST

চিটাৰা ডেস্ক, 6 জুনঃ হিন্দী ছবি উদ্যোগত অভিনেত্ৰী য়ামী গৌতমে অতিক্ৰম কৰিছে 7 বছৰীয়া দীঘলীয়া যাত্ৰা ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে জনাইছে যে,তেঁও বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি অনুৰাগীক আচৰিত কৰি ৰখাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব বিচাৰিছে ৷

Yami Gautam wants to keep surprising fans with a myriad of roles
অনুৰাগীক আচৰিত কৰি ৰাখিব বিচাৰে য়ামী গৌতমে

2012 চনত ছবি বিক্কী ডনাৰৰ জৰিয়তে বলীউডত পদাৰ্পণ কৰিছিল অভিনেত্ৰী য়ামী গৌতমে৷ তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে বদলাপুৰ,চনম ৰে,কাবিল, চৰকাৰ-3,উৰিঃ দ্য সাৰ্জিকেল ষ্ট্ৰাইক আৰু বালাৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷

এই বছৰটোত য়ামীয়ে তেওঁৰ যাত্ৰাত যথেষ্ট জটিলতা অনুভৱ কৰিছে বুলি ব্যক্ত কৰিছে ৷ লগতে তেঁও জনাইছে যে, তেঁও নিজৰ উত্থান-পতনৰ পৰা বহুখিনি শিকিছে ৷

লগতে পঢ়কঃCOVID-১৯ ত মৃত্যু বলীউডৰ প্ৰযোজক অনিল সুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.