ETV Bharat / sitara

অনিচ বাজমীৰ ছবিত চুক্তিবদ্ধ ছাৰা আলি খান আৰু বিকি কৌশল

author img

By

Published : Nov 4, 2019, 12:26 AM IST

অভিনেত্ৰী ছাৰা আলি খানক চুক্তিবদ্ধ কৰা হৈছে অনিচ বাজমীৰ নিৰ্দেশিত ছবিত অভিনয় কৰিবলৈ ৷ একতা কাপুৰৰ প্ৰডাক্চন হাউচৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনত মুখ্য ভূমিকাত দেখা যাব অভিনেতা বিকি কৌশলক ৷ কমেডী ছবিখনত দেখা যাব এই নতুন যুটিক ৷

অনিচ বাজমীৰ ছবিত ছাৰা আলি খান আৰু বিকি কৌশল

চিটাৰা ডেস্ক, 3 নবেম্বৰঃ শেহতীয়াকৈ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলি খানক চুক্তিবদ্ধ কৰা হৈছে অনিচ বাজমীৰ নিৰ্দেশনা কৰা ছবিত অভিনয় কৰিবলৈ ৷ একতা কাপুৰৰ প্ৰডাক্চন হাউচৰ বেনাৰৰ তলত নিৰ্মাণ হ’ব লগিয়া ছবিখনত মুখ্য ভূমিকাত দেখা যাব হাৰ্টথ্ৰব বিকি কৌশলক ৷ কমেডী ধৰ্মীয় ছবিখনত দেখা যাব এই নতুন যুটিক ৷

Vicky Kaushal, Sara Ali Khan to star in Anees Bazmee directorial

উল্লেখযোগ্য যে, অনিচ বাজমীয়ে নিজৰ ছবি পাগলপন্টি আৰু ভুলভুলয়া 2 ৰ পিছতে আৰম্ভ কৰিব ছবিখনৰ কাম ৷ ইয়াৰ উপৰিও বিকি কৌশল ব্যস্ত হৈ আছে ভোট-পাৰ্ট ওৱান:দ্যা হণ্টেড শ্বিপ, ত্খত আৰু চৰ্দাৰ উধম সিঙৰ কামত ৷ ইপিনে ছাৰা ব্যস্ত হৈ আছে বৰুণ ধৱনৰ বিপৰিতে কুলি নং.1 শিৰ্ষক ছবিখনত আৰি কাৰ্তিক আৰ্য়ণৰ বিপৰিতে লভ আজ কল’ৰ কামত ৷

অনিচ বাজমীৰ নিৰ্দেশনাৰ ছবিত অভিনয় কৰিব ছাৰা আলি খান আৰু বিকি কৌশলে

চিটাৰা ডেস্ক, 3 নবেম্বৰ: শেহতীয়াকৈ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলি খানক চুক্তিবদ্ধ কৰা হৈছে অনিচ বাজমীৰ নিৰ্দেশনা কৰা ছবিত অভিনয় কৰিবলৈ ৷ একটা কাপুৰৰ প্ৰডাক্চন হাউচৰ বেনাৰৰ তলত নিৰ্মাণ হ’ব লগিয়া ছবিখনত মুখ্য ভূমিকাত দেখা যাব হাৰ্টথ্ৰব বিকি কৌশলক ৷ কমেডী ধৰ্মীয় ছবিখনত দেখা যাব এই নতুন যুটিক ৷
উল্লেখযোগ্য যে, অনিচ বাজমীয়ে নিজৰ ছবি পাগলপন্টি আৰু ভুলভুলয়া 2 ৰ পিছতে আৰম্ভ কৰিব ছবিখনৰ কাম ৷ ইয়াৰ উপৰিও বিকি কৌশল ব্যস্ত হৈ আছে ভোট-পাৰ্ট ওৱান:দ্যা হণ্টেড শ্বিপ, ত্খত আৰু চৰ্দাৰ উধম সিঙৰ কামত ৷ ইপিনে ছাৰা ব্যস্ত হৈ আছে বৰুণ ধৱনৰ বিপৰিতে কুলি নং.1 শিৰ্ষক ছবিখনত আৰি কাৰ্তিক আৰ্য়ণৰ বিপৰিতে লভ আজ কল’ৰ কামত ৷
768-512-4950160-530-4950160-1572791417399.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.