ETV Bharat / sitara

জন্মদিনত ‘গুৰুজী’ হৃত্বিক ৰোশনলৈ বাৰ্তা প্ৰেৰণ কৰে টাইগাৰ শ্ৰোফে - টাইগাৰ শ্ৰোফ

টুইটাৰযোগে হৃত্বিকক ‘গুৰুজী’ সম্বোধন কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন টাইগাৰ শ্ৰোফৰ ৷ ‘ৱাৰ’ ছবিখনৰ পৰা দুয়োৰে এটি ভিডিঅ’ শ্বেয়াৰ কৰে টাইগাৰে ৷

Tiger Shroffs message for guru ji Hrithik Roshan
হৃত্বিক ৰোশনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন টাইগাৰৰ
author img

By

Published : Jan 10, 2021, 1:14 PM IST

চিটাৰা ডেস্ক,10 জানুৱাৰী : চুপাৰষ্টাৰ হৃত্বিক ৰোশনৰ জন্মদিনৰ শুভক্ষণত হৃত্বিকক ‘গুৰুজী’ সম্বোধন কৰি শুভেচ্ছা জনাইছে অভিনেতা টাইগাৰ শ্ৰোফে ৷

হৃত্বিকৰ সৈতে অভিনীত ছবি ‘ৱাৰ’ৰ পৰা এটি ভিডিঅ’ শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় টাইগাৰে ৷ টুইটাৰযোগে ফটোখন শ্বেয়াৰ কৰি তেওঁৰ গুৰুজী হৃত্বিকলৈ সুস্বাস্থ্য আৰু সুখ কামনা কৰে এক্সন হিৰো টাইগাৰে ৷

উল্লেখ্য যে, আজি 47 বছৰত ভৰি দিলে বলিউড হেণ্ডচাম হাংক খ্যাত অভিনেতা হৃত্বিক ৰোশন ৷

লগতে পঢ়ক : টুইটাৰত বিগ বিৰ অনুৰাগীৰ সংখ্যাই চুলে 45 মিলিয়নৰ ঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.