ETV Bharat / sitara

লাল বাহাদুৰ শাস্ত্ৰীক কোনে হত্যা কৰিছিল?

'The Tashkent Files' ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Mar 25, 2019, 11:44 PM IST

মুকলি হ'ল বিবেক ৰঞ্জনঅগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত ছবি 'The Tashkent Files' ৰ ট্ৰেইলাৰ৷

ETV BHARAT
লাল বাহাদুৰ শাস্ত্ৰীক কোনে হত্যা কৰিছিল?
ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তী, নাছিৰুদ্দিন শ্বাহ, মন্দিৰা বেদী, পল্লবী জোছী, পংকজ ত্ৰিপাথী, স্বুৱেটা প্ৰসাদ বাসু, বিনয় পাঠক, অংকুৰ ৰাথী, পংকজ ৱেলাৱাদী আদিকে ধৰি বহুকেইগৰাকী শিল্পীয়ে৷ 'Zee Studio'ৰ বেনাৰত নিৰ্মিত হয় ছবিখন ৷ চলিত বৰ্ষৰ 12 এপ্ৰিলত ছবিগৃহলৈ আহিব ছবিখন ৷

প্ৰাক্তনপ্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ কাহিনী ৷ ছবিখনৰৰ ট্ৰেইলাৰটোত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল নে তেখেতক হত্যা কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে ৷

Intro:Body:

লাল বাহাদুৰ শাস্ত্ৰীক কোনে হত্যা কৰিছিল?

'The Tashkent Files' ৰ ট্ৰেইলাৰ মুকলি

মুকলি হ'ল বিবেক ৰঞ্জণ অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত ছবি 'The Tashkent Files' ৰ ট্ৰেইলাৰ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তী, নাছিৰুদ্দিন শ্বাহ, মন্দিৰা বেদী, পল্লবী জোছী, পংকজ ত্ৰিপাথী, স্বুৱেটা প্ৰসাদ বাসু, বিনয় পাঠক, অংকুৰ ৰাথী, পংকজ ৱেলাৱাদী আদিকে ধৰি বহুকেইগৰাকী শিল্পীয়ে৷ 'Zee Studio'ৰ বেনাৰত নিৰ্মিত হয় ছবিখন৷ চলিত বৰ্ষৰ 12 এপ্ৰিলত ছবিগৃহলৈ আহিব ছবিখন৷

প্ৰাক্তণ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ কাহিনী৷ ছবিখনৰৰ ট্ৰেইলাৰটোত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল নে তেখেতক হত্যা কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.