ETV Bharat / sitara

কাৰ্তিক আৰিয়ানক লৈ মন্তব্য ছবি নিৰ্মাতা সুভাষ ঘাইৰ

author img

By

Published : Apr 25, 2021, 8:16 PM IST

দোস্তানা-২ ত অভিনয় কৰাৰ পৰা বিৰত থকাৰ পাচত সকলোৰে সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে বলীউডৰ হাৰ্টথ্ৰব কাৰ্তিক আৰিয়ানক । এই সন্দৰ্ভত 'কাঞ্চী: দ্য আনব্ৰেকেবল ক্লকচ'ৰ ছবি নিৰ্মাতা সুভাষ ঘায়ে মন্তব্য কৰে ।

কাৰ্তিক আৰিয়ানক লৈ মন্তব্য ছবি নিৰ্মাতা সুভাষ ঘাইৰ
কাৰ্তিক আৰিয়ানক লৈ মন্তব্য ছবি নিৰ্মাতা সুভাষ ঘাইৰ

চিটাৰা ডেস্ক, ২৫ এপ্ৰিল: বলীউডৰ হাৰ্টথ্ৰব কাৰ্তিক আৰিয়ানে দোস্তানা-২ ত অভিনয় কৰাৰ পৰা বিৰত থকাৰ পাচত সকলোৰে সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে । এই সন্দৰ্ভত 'কাঞ্চী: দ্য আনব্ৰেকেবল ক্লকচ'ৰ ছবি নিৰ্মাতা সুভাষ ঘায়ে মন্তব্য কৰে । ছবি নিৰ্মাতা সুভাষ ঘাইয়ে এখন আগশাৰীৰ দৈনিক বাতৰি কাকতত এক সাক্ষাৎকাৰত ছবিখন নিৰ্মাণ কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । কাৰ্তিকে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰিও কাঞ্চীৰ প্ৰযোজনাৰ সময়ত সহকাৰী পৰিচালক হিচাপেও সুভাষ ঘাইৰ সৈতে কাম কৰিছিল বুলি উল্লেখ কৰে বোলছবি নিৰ্মাতাজনে ।

উল্লেখ্য যে, ২০১৪ চনত ছবি নিৰ্মাতা সুভাষ ঘায়ে পৰিচালনা কৰা ছবি কাঞ্চী: দ্য আনব্ৰেকেবলত কাৰ্তিকে প্ৰথমবাৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল । মন কৰিবলগীয়া যে, ছবি নিৰ্মাতা কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে আহিবলগীয়া ছবি দোস্তানা-২ ৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ছবিখনত কাৰ্তিক আৰিয়ানক অভিনয়ৰ পৰা বিৰত ৰাখে ।

লগতে পঢ়ক: হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰা সীমাক প্ৰশংসা প্ৰিয়ংকা, নব্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.