ETV Bharat / sitara

সূৰ্যাস্ত চেল্ফীৰ সৈতে বাদশ্বাহ শ্বাহৰুখ খানৰ ‘লক ডাউন অভিজ্ঞতা’ - শ্বাহৰুখ খান

শুকুৰবাৰে বলিউডৰ বাদশ্বাহ খ্যাত অভিনেতা শ্বাহৰুখ খানে সূৰ্যাস্তৰ সময়খিনিক কেমেৰাত বন্দী কৰি চলিত লক ডাউনৰ সময়ছোৱাৰ সামঞ্জস্য হোৱাকৈ এখন ফটো তেওঁৰ চ’ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ৷

সূৰ্যাস্ত চেল্ফীৰ সৈতে বাদশ্বাহ শ্বাহৰুখ খানৰ ‘লক ডাউন অভিজ্ঞতা’

author img

By

Published : May 16, 2020, 1:18 PM IST

চিটাৰা ডেস্ক, 16 মে’: সমগ্ৰ দেশজুৰি অব্যাহত থকা তৃতীয় পৰ্যায়ৰ লক ডাউনৰ অন্তিম ক্ষণতে শুকুৰবাৰে বলিউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানে এখন ফটোৰ জৰিয়তে তেওঁৰ লক ডাউনৰ সময়ছোৱাৰ এক মুহুৰ্ত চ’ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ৷

তেওঁৰ ছবি ‘ওম শান্তি ওম’ৰ সৈতে সামঞ্জস্য থকা এই ফটোখনে লক ডাউনৰ বহু অভিজ্ঞতাই গঢ়ি তোলা বুলি তেওঁ সদৰী কৰে ৷ ফটোখনৰ জৰিয়তে আৰু নিজৰ জীৱন পৰিক্ৰমাৰ অভিজ্ঞতাৰ পৰা বাদশ্বাহ খানে বুজাব বিচাৰিছে যে, কেনেদৰে মানুহে প্ৰয়োজনীয় খিনিৰ উপৰিও অধিক সুবিধা প্ৰাপ্তিৰে জীৱন নিৰ্বাহ কৰি আছে ৷

সূৰ্যাস্ত চেল্ফীৰ সৈতে বাদশ্বাহ শ্বাহৰুখ খানৰ ‘লক ডাউন অভিজ্ঞতা’
সূৰ্যাস্ত চেল্ফীৰ সৈতে বাদশ্বাহ শ্বাহৰুখ খানৰ ‘লক ডাউন অভিজ্ঞতা’

ইফালে ভয়াবহ কৰ’ণা মহামাৰীৰ সৈতে যুঁজিবলৈ অভিনেতাগৰাকীয়ে ভাৰত চৰকাৰক সহায়-সহযোগিতা আগবঢ়োৱাৰ উপৰিও দেশত লক ডাউন আৰম্ভ হোৱাৰ পিছৰ পৰাই দৰিদ্ৰসকলক আৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : স্তব্ধ ছবি জগত! গভীৰ সংকটত শিল্পী,কলা-কুশলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.